ছালখনৰ পৰিচর্যা
বিষয়া ভূঞা
শাৰীৰিক সৌন্দর্যৰ কথা কলে আমাৰ প্রথমতে মনলৈ আহে আমাৰ শৰীৰৰ ছালখনৰ কথা ৷ ছালখন আমাৰ দেহৰ সর্ববৃহৎ অংগ হোৱাৰ লগতে আমাৰ দেহটোক আৱৰি ৰাখি সুৰক্ষিতও কৰি ৰাখে ৷ ইয়াৰ উপৰি ছালখন আমাৰ দেহৰ আইনাৰ দৰে ৷ শৰীৰৰ বিভিন্ন আভ্যন্তৰীণ সমস্যা…