দেউতাৰ বাবে এদিন
প্রভাত গোস্বামী
অফিচৰ কৰিডৰত ৰূপমে মেনেজাৰৰ ব্যক্তিগত সহায়িকা নেইনাক লগ পালে ৷ আনদিনা হলে তাই ধুনীয়াকৈ হাঁহি গুডমর্নিংকৈ আঁতৰি গলহেঁতেন, কিন্তু সেইদিনা ৰৈ গল ৷ ৰূপমক তাই বেচ সমীহ কৰে ৷ মেনেজাৰৰ ব্যক্তিগত সহকাৰী হিচাপে তাইৰ বেচ গর্ব, কাকো…