৮ চ’ত, সোমবাৰ , ইং ২৩ মাৰ্চ ২০২৬
১.মেষ ৰাশি(অ,আ,ল): আজি বিশেষ কামত সাফল্য লাভ। শৰীৰত দুৰ্বলতা অনুভৱ। আবেলি ৫ বজাৰ পিছত যাত্ৰা কৰিব। প্ৰেমত শুভ। শুভ ৰং বগা, শুভ সংখ্যা ৪।
২.বৃষ ৰাশি(উ,ঊ,ই,এ,ও,ব): আজি কৰ্মক্ষেত্ৰত উচ্চপদস্থ বিষয়াৰ সৈতে সু-সম্পর্ক স্থাপন। ব্যৱসায়ত সফলতা লাভ। প্ৰেমত আনন্দ। শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৯।
৩.মিথুন ৰাশি(ক,ঘ,ঙ,ছ): আজি সামাজিক কর্মত জড়িতসকলে উন্নত পৰিৱেশ পাব। বিদ্যাত শুভ। যাত্ৰা কৰিব পাৰে। প্ৰেমত বাধা। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৬।
৪.কৰ্কট ৰাশি(ড,হ): আজি কৰ্মত পৰিশ্ৰম বেছি থাকিব যদিও আনন্দ লাভ কৰিব। দাম্পত্যত মতবিৰোধ। সন্তানৰ যত্ন ৰাখক। শুভ ৰং ক’লা, শুভ সংখ্যা ২।
৫.সিংহ ৰাশি (ম,ট): আজি কন্যা সন্তানৰ প্ৰতি লক্ষ্য ৰাখক। যাত্ৰাৰ ক্ষেত্ৰত সাৱধান। পাৰিবাৰিক অশান্তিত ভুগিব পাৰে। ব্যৱসায়ত মধ্যম। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ১।
৬.কন্যা ৰাশি(ঠ,প,ন): আজি ব্যৱসায়ত উন্নতিৰ যোগ। যোগাযোগত মধ্যম। বিদ্যার্থীসকলে ভবা মতে ফল নাপাব। প্ৰেমত সাৱধান। শুভ ৰং ৰঙা, শুভ সংখ্যা ৭।
৭.তুলা ৰাশি(ৰ,ত): আজি কৰ্মত সফলতা লাভ। বন্ধুবৰ্গৰ পৰা সহায় লাভ। ব্যৱসায়ত লোকচানৰ সম্ভাৱনা। প্ৰেমত আনন্দ। শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৫।
৮.বৃশ্চিক ৰাশি(ন,য): আজি সাংস্কৃতিক ক্ষেত্ৰত জড়িতসকলে সফলতা লাভ কৰিব। বিদ্যাত শুভ। ব্যৱসায়ত ভবা মতে ফল নাপাব। প্ৰেমত সন্দেহ। শুভ ৰং ক্রীম, শুভ সংখ্যা ৯।
৯.ধনু ৰাশি(ধ,ভ,ঢ,ফ,ড়,ঢ়): আজি কৰ্মক্ষেত্ৰত স্থান পৰিৱৰ্তনৰ যোগ। যান-বাহন ক্ৰয় কৰাৰ যোগ৷ শৰীৰৰ যত্ন লওক। প্ৰেমত বুজাবুজি। শুভ ৰং নীলা, শুভ সংখ্যা ১।
১০.মকৰ ৰাশি(খ,জ): আজি পুৰণা বন্ধুক লগ পাই সুখী হ’ব। বিদ্যাত মধ্যম। যাত্ৰাত শুভ। নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে। প্ৰেমত কষ্ট। শুভ ৰং সোণালী, শুভ সংখ্যা ৫।
১১.কুম্ভ ৰাশি(গ,শ,ষ,স): আজি আর্থিক দিশত বাধা পাব। বিদ্যাত মধ্যম। ব্যৱসায়ত সাৱধান। খৰচ বাঢ়িব। শৰীৰ শুভ। প্ৰেমত আনন্দ। শুভ ৰং কমলা, শুভ সংখ্যা ৩।
১২.মীন ৰাশি(চ,ঝ,ঞ,থ,দ): আজি পাৰিবাৰিক দিশত শুভ। পুৱা যাত্ৰা কৰিব পাৰে। ব্যৱসায়ত উন্নতি। সন্তানৰ যত্ন লওক। বিদ্যাত বাধা। শুভ ৰং মেৰুন, শুভ সংখ্যা ৮।
Comments are closed, but trackbacks and pingbacks are open.