দৈনিক ৰাশিফল ১৯ জুন ২০২৬

5

৪ আহাৰ, শুক্ৰবাৰ, ইং ১৯ জুন ২০২৬

১.মেষ ৰাশি(অ,আ,ল): আজি কৰ্মক্ষেত্ৰত সাফল্য আহিব। দিনটোত নিকট আত্মীয়ৰ দ্বাৰা মানসিক আঘাত পাব পাৰে। সামাজিক কামত সন্মান প্ৰাপ্তিৰ যোগ। পুৰণি বন্ধুৰ লগ পাব পাৰে। শুভ ৰং- বগা, শুভ সংখ্যা- ৬

২.বৃষ ৰাশি(উ,ঊ,ই,এ,ও,ব): আজি সামাজিক কামত সাফল্য আহিব। প্রয়োজনত বন্ধুৰ সহায় সহযোগ লাভ কৰিব। সন্তানৰ কৰ্ম প্ৰাপ্তিৰ ফলত পিতৃ-মাতৃৰ আনন্দ লাভ। নতুনব্যৱসায়ৰ আৰম্ভ কৰিব পাৰে। শুভ ৰং- ৰঙা, শুভ সংখ্যা— ৯

৩.মিথুন ৰাশি(ক,ঘ,ঙ,ছ): আজি কর্মক্ষেত্ৰত জটিলতা দেখা যায়। দিনটোত বিবাদৰ নিষ্পত্তি আশা কৰিব পাৰে। আনৰ উপকাৰ কৰি নাম নাপাব। বিদ্যাত বাধা। দাম্পত্যত শান্তি থাকিব। শুভ ৰং- হালধীয়া শুভ সংখ্যা- ২

৪.কৰ্কট ৰাশি(ড,হ): আজি কর্মক্ষেত্ৰত লাগি থকা সমস্যাবোৰৰ সমাধান আশা কৰিব পাৰে। চাকৰি ক্ষেত্ৰত সুনাম বৃদ্ধিৰ যোগ। মানসিক আঘাত পাব পাৰে। ভ্রমন নকৰাই ভাল হ’ব। শুভ ৰং সেউজীয়া, শুভ সংখ্যা- ১

৫.সিংহ ৰাশি (ম,ট): আজি পৰিকল্পিত অগ্ৰসৰ ক্ষেত্ৰত বাধা পৰিব পাৰে। ওচৰ চুবুৰীয়াৰ লগত কিবা বিষয় লৈ মতবিৰোধ হ’ব পাৰে। নিবনুৱাৰ কৰ্ম লাভৰ যোগ। উচ্চ বিদ্যাত বাধা। শুভ ৰং- বেঙুনীয়া, শুভ সংখ্যা- ৮

৬.কন্যা ৰাশি(ঠ,প,ন): আজি কাজিয়া পেচালৰ নিষ্পত্তি আশা কৰিব পাৰে। সন্তানৰ দ্বাৰা পিতৃ-মাতৃৰ সন্মান লাভৰ যোগ। জুইৰ পৰা সতর্কতা অবলম্বন কৰিব। শৰীৰৰ প্ৰতি লক্ষ্য ৰাখিব। শুভ ৰং- কমলা, শুভ সংখ্যা- ৫

৭.তুলা ৰাশি(ৰ,ত): আজি কৰ্মক্ষেত্ৰত জটিলতা বৃদ্ধি পাব। শুভ সংবাদ প্রাপ্তিৰ যোগ ব্যৱসায়ত বাধা। প্রাপ্য ধন প্ৰাপ্তিৰ ফলত অযথা বাধা। ভ্ৰমণ নকৰাই ভাল। প্ৰেমত শুভ। শুভ ৰঙ— নীলা শুভ সংখ্যা- ৪

৮.বৃশ্চিক ৰাশি(ন,য): আজি কৰ্মক্ষেত্ৰত মানসিক চাপ থাকিব। সন্তানে পিতৃৰ মনত আনন্দ দিব। আর্থিক উন্নতিৰ বাবে ভাল কিবা সুযোগ আহিব পাৰে। অসমাপ্ত কাম সমাপ্ত কৰি মনত আনন্দ অনুভব কৰিব। শুভ ৰং- গুলপীয়া শুভ সংখ্যা- ৬

৯.ধনু ৰাশি(ধ,ভ,ঢ,ফ,ড়,ঢ়): আজি সামাজিক কামত আত্মমর্যাদাবৃদ্ধিৰ যোগ। মনৰ আশা পূৰণ হ’ব পাৰে। নতুন যোগাযোগৰ ক্ষেত্ৰত সাফল্য আহিব। জুইৰ পৰা সতর্ক থাকিব। শুভ ৰং- মেৰুণ, শুভ সংখ্যা- ৩

১০.মকৰ ৰাশি(খ,জ): আজি কৰ্মক্ষেত্ৰত সহকৰ্মীৰ লগত সম্পৰ্ক ভাল ৰখাৰ চেষ্টা কৰিব। বিশেষ কামত সাফল্য আহিব। ঠিকাদাৰ সকলে নতুন কৰ্মৰ সন্ধান পাব। বিদ্যাত মধ্যম ফল। শুভ ৰং ধূসৰ, শুভ সংখ্যা- ৮

১১.কুম্ভ ৰাশি(গ,শ,ষ,স): আজি দৈনন্দিন কৰ্মত সাফল্য আহিব। ঘৰুৱা শান্তি বিঘিনিত হ’ব পাৰে। সামাজিক কামত ব্যস্তাতা বৃদ্ধি পাব। চুটি ভ্রমণ হ’ব পাৰে। বিদ্যাত সাফল্য। শুভ ৰং- সোণালী, শুভ সংখ্যা- ১

১২.মীন ৰাশি(চ,ঝ,ঞ,থ,দ): আজি কৰ্মক্ষেত্ৰত কামৰ চাপ বৃদ্ধি পাব। দিনটোত নতুনকৈ চিন্তা ধাৰণা কৰিব পাৰে। বিনা কাৰণত সম্মান হানিৰ যোগ। ভ্ৰমণ নকৰিব। শুভ ৰং-কলা, শুভ সংখ্যা- ৭

You might also like

Comments are closed, but trackbacks and pingbacks are open.