গ্ৰীষ্ম বতৰত শুভ্ৰ পোছাক
উষ্ণতা বৃদ্ধি হ’লে পিন্ধিবলৈ এটা উত্তম ৰং হ’ল বগা। কেৱল ঠাণ্ডা কৰি ৰখাই নহয়, ইয়াৰ আন কেইবাটাও উপকাৰো আছে। বগা কাপোৰে তাপ আৰু সূৰ্যৰ পোহৰ প্ৰতিফলিত কৰে, যিয়ে আপোনাৰ শৰীৰৰ উষ্ণতা কম কৰি ৰখাত সহায় কৰে। বগা ৰঙৰ কাপোৰ পিন্ধিলে আপুনি অধিক…