যোগ প্ৰশিক্ষক কেনেকৈ হ’ব পাৰি ?
ড° বুলজিৎ বুঢ়াগোহাঁই
যোগ হৈছে শৰীৰ, মন আৰু আত্মাৰ মাজত ঐক্য আৰু সংহতি স্থাপন। যোগ হৈছে মানুহৰ শৰীৰ আৰু মনক ভাল অৱস্থাত ৰখাৰ অন্যতম ফলপ্ৰসূ প্ৰাকৃতিক উপায়। আমি আজি এনে এখন পৃথিৱীত বাস কৰি আছোঁ য’ত মানুহ আগতকৈ অধিক স্বাস্থ্য…