আৱেগ নিয়ন্ত্রণত যোগৰ ভূমিকা

নয়নী কলিতা মানুহৰ মনৰ প্রকৃতি আইনাসদৃশ৷ অতি ভংগুৰ৷ জীৱনৰ গতিপ্রকৃতি সামান্য সালসলনি হলেই মনক সুস্থিৰ কৰি ৰখা বৰ কঠিন৷ দুশ্চিন্তা বা অৱসাদ বাধা দি ৰাখিব পৰা বিষয় নহয়৷ জীৱনৰ প্রত্যেকটো অভিজ্ঞতা বা ঘটনাৰ এটা ৰাসায়নিক প্রভাৱ শৰীৰ আৰু মনৰ ওপৰত…

প্ৰসৱোত্তৰকালীন চুলি সৰা সমস্যা

বৰ্ণালী ভট্টাচাৰ্য পুৰুষ-নাৰী নিৰ্বিশেষে বিভিন্ন বয়সৰ লোকৰে চুলিৰ সৰা সমস্যাই দেখা দিয়ে। দৈনিক এইডালৰ বেচিসংখ্যক চুলিৰ সৰিলে তাক অস্বাভাৱিক বুলি গণ্য কৰা হয।প্ৰকৃততে ই হৈছে এবিধ ৰোগ আৰু ইয়াৰ নাম হৈছে "টেলোজেন ইচলামিয়াম।" অপৰিণত চুলিৰ…

পাতত দিয়া আহাৰৰ গুণাগুণ : ভিন্ন পাতৰ ভিন্ন উপকাৰিতা

ড0 প্রদীপ নেওগ পাতত দিয়া আহাৰৰ গুণাগুণৰ বিষয়ে কোৱাৰ আগেয়ে ভজা, পোৰা, সিজোৱা, আৰু ভাপত দিয়া আহাৰৰ সন্দর্ভত কিছু কথা কৈ লোৱাৰ প্রয়োজন৷ ভজা, পোৰা আৰু সিজোৱা এই তিনিওবিধ ৰন্ধন প্রকৰণতকৈ ভাপত দিয়া ৰন্ধন প্রকৰণ বহু পৰিমাণে অধিক স্বাস্থ্যকৰ৷ ভাপত…

জেঠাই

ৰিমঝিম বৰঠাকুৰ  : মা মা আমাৰ আইতাজনী বোলে তোলনীয়া? : হে হৰি এইবোৰ কথা তোক কোনে শিকাইছে মাজান? : ইহ চবেই জানে মোৰ বাদে... এইবাৰ মাজানে আগতকৈ অলপ গহীনত অভিমানৰ সুৰত ক'লে। এইকণ সময় মাজান আৰু তাই মাকৰ একান্ত সময়। পুৱা শুই উঠাৰে পৰা স্কুল…

ইনাৰ ইঞ্জিনিয়াৰিং

মাণিক পাল “যেতিয়া মই এজন মানুহ আছিলোঁ মই এটা পাহাৰত উঠিছিলোঁ কাৰণ মোৰ হাতত অতিবাহিত কৰিবলৈ সময় আছিল কিন্তু মই সকলো হেৰুৱালোঁ যিবোৰ বস্তু মই আৰু মোৰ আছিল মই আৰু মোৰ যোৱাৰ পিছত মোৰ সকলো সংকল্প আৰু দক্ষতা হেৰুৱাইছিলোঁ এতিয়া মই খালী…

দহনকাল

ড° ৰীতা মণি বৰা গেটখন ঘটংকৈ খুলি দৌৰি দৌৰি সোমাই অহা ল'ৰাটোলৈ চাই ধৰণী বৰ্মন অবাক হ'ল। তেওঁ তেতিয়া পুৱাৰ ৰ'দ লৈ আগফালৰ বাৰান্দাতে পেপাৰ পঢ়ি আছিল। সি উশাহটো ঘূৰাব পৰা নাই।চকুপানীৰে তাৰ নাকমুখ একাকাৰ। তেওঁৰে ল'ৰা সেইটো, বাবু,- অলপ আগতে…

যাত্ৰিক

ইলা চেতিয়া এইকেইদিন এলিজাহঁতৰ ঘৰলৈ ইলহান সদায়ে আহি আছে। সৰু সুৰা অজুহাত। চূণ অকণ, তামোল এখন, পানী এগিলাছ মাজে মাজে বিচাৰেহি। ঘৰত তাই, আব্বাক আৰু দুবছৰীয়া ভায়েকটো থাকে। মাক কামলৈ যায়। ইলহান বোলাটোক তাইৰ একেবাৰে সহ্য নহয়। চাৱনিটো কিবা…

লাপাটা লেডিজ

শিখা ডি হাৰলালকা যিসময়ত বলীউড কণ্টেক্স পেৰালিছিছত আক্রান্ত হৈ আছে, কেৱল মাৰপিট, যৌনতা চিনেমাৰ বিষয়বস্তু হৈ আহিছে, তেনে এক সময়তেই এখন চিনেমাই উশাহ ঘূৰাই আনিছে বলীউডৰ চিনেমাখন হৈছে লাপাটা লেডিজ৷ যিমানেই বিজ্ঞান–প্রযুক্তি, কৃত্রিম…

সাগৰীয় খাদ্যৰ জুতি  

কৰবী গগৈ শৰ্মা সাগৰৰ নীলিম  সলিল ৰাশিয়ে  কেতিয়াবা আপোনাক আকৰ্ষিত কৰে নে? একোখন সাগৰে ক’ত ৰহস্য, ক’ত কাহিনী নিজৰ বুকুত সামৰি নীৰৱে বৈ থাকে। সাগৰৰ প্ৰতি,  বিশেষকৈ  সাগৰীয় খাদ্যৰ প্ৰতি এক  বিশেষ আকৰ্ষণ আছে বাবেই বাৰে  বাৰে যাওঁ  সাগৰীয়…