আইনাত ৰেচিপি
তৃষ্ণা বৰফুকন
কচুলতি কণবিলাহীৰে মাছৰ আঞ্জা
উপকৰনঃ
কচুলতি-সৰু এমুঠি
মাছ-৪ টুকুৰা
সৰিয়হৰ পেষ্ট-১\২ চামুচ
কণবিলাহী-১০টা মান
আদা নহৰুৰ পেষ্ট-১\২চামুচ
পকা জলকীয়া-২ টা
মিঠাতেল-৩ চামুচ
হালধি-১\২ চামুচ
নিমখ-প্ৰয়োজন…