ৰকষ্টাৰ সন্ন্যাসিনী আনি চ’য়িং ড্ৰ’লমা
পংকজ কুমাৰ নেওগ
মানুহৰ মুখে মুখে সাধাৰণতে কথা এটা শুনা যায় যে আনি চ’য়িং ড্ৰ’লমাক কিশোৰী অৱস্থাত তেওঁৰ তিব্বতী শিল্পী পিতৃয়ে হেনো খঙৰ ভমকত ছুৰিৰে আঘাত কৰিছিল। কিন্তু ড্ৰ’লমাই সেই কথা অস্বীকাৰ কৰে আৰু কয় যে ই এটা নগৰীয়া উৰাবাতৰি। যোৱা দুই…