দৃষ্টিত সৃষ্টি… ফটোগ্ৰাফী
মনমৰমী মহন্ত
পৰিপাটীকৈ সজাই ৰখা চ'ৰা ঘৰটোত এপদ এপদ সামগ্ৰী চালে চকু ৰৈ যোৱাকৈ সজাই ৰখা হৈছে। সোঁ কাষৰ টেবুলখনত কেইবাখনো কিতাপৰ লগতে যতনাই ৰাখিছে এলবাম কেইটা। জ্ঞানৰ সমাহাৰেৰে সমৃদ্ধিশালী কিতাপকেইখনৰ দৰেই বহু স্মৃতিৰ সফুৰাৰে সমৃদ্ধিশালী সেই…