দর্শকৰ মন–মগজু উদ্বেলিত কৰা ছবি মহাৰাজা
শিখা ডি হাৰলালকা
ছাছপেঞ্চ, থ্রিলাৰ, ড্রামা, ইমচনৰ পাৰফেক্ট কম্বিনেচন, এখন তামিল চিনেমাৰ কথা আজি ভগাই লব খুজিছোঁ আপোনালোকৰ লগত৷ এইখিনিতে কওঁ, কিছুমান চিনেমা বা কাহিনীৰ বিষয়ে আলোচনা কৰোঁতে পাতনিৰ প্রয়োজন নাথাকে৷ আমাৰ এইখন ছবিতো কোনো পাতনি…