সেন্দূৰী ওৰণি
প্রজ্ঞানভ বৰা
নিশা প্ৰায় ১১ বজাৰ পৰিবেশ।গোটেই পৰিবেশটো কুঁৱলীয়ে আৱৰি আছে।আঘোণ মাহৰ ঠেঁটুৱৈ লগা জাৰ।দক্ষিণ আকাশত জোনৰ পোহৰে কুঁৱলীৰ মাজৰে আহি জেগাখিনি অলপকৈ দৃশ্যমান কৰি ৰাখিছে।পৰিৱেশটো একেবাৰেই নিজম।দুৰ দুৰণিলৈ মানুহৰ ঘৰ নাই।কেৱল…