ৰতন টাটা এক আলোস্তম্ভ 

মাণিক পাল “জীৱন জুখিবা হাঁহিৰে, চকুলোৰে নহয়। আয়ুস জুখিবা বন্ধুৰে বছৰেৰে নহয়” – লক্ষ্যধৰ চৌধুৰী। ৰতন টাটা আৰু শান্তনু নাইডুৰ বন্ধুত্বই লক্ষ্যধৰ চৌধুৰীৰ কথাষাৰ সত্য প্ৰমাণিত কৰিলে । কাৰণ যি সময়ত দুয়োৰে মাজত বন্ধুত্ব গঢ়ি উঠে তেতিয়া…

মা তই অনন্যা!

ৰিমঝিম বৰঠাকুৰ "মা এইযোৰকে পিন্ধ নেকি?" "নালাগে দে এইযোৰ মই একেবাৰে গাতেই দিয়া নাই। অহা ব'হাগৰ পহিলা বিহুটোতে পিন্ধিম বুলি সাঁচিছোঁ। আৰু এমাহমানহে আছে।' "মা তোৰো যে কাম আৰু। কাপোৰহে, লাগিলে আকৌ এযোৰ আনি দিম। তয়ো যে ভাল সাঁচিব পাৰ দেই।"…

এৰাবাটে ৰিঙিয়াই মাতে

মালা দিহিঙীয়া হাজৰিকা সঁচাই চুলিত ৰূপালী ৰং ধৰিছে জুম্ফাৰ। এহ্ আজিকালি চুলি পকানো কি ! তথাপিও! তাই এতিয়াও আইনাখনৰ আগত থিয় দি আছে। কিমান দিন যে হ'ল হেনা নলগোৱা চুলিকোছাত! অথচ এটা সময় আছিল। যেতিয়া আগদিনাই কাঢ়াকৈ চাহ বনাই তাতে কফি এপেকট…

বিপাশ্যনাৰে আত্মপৰ্যবেক্ষণ

পুষ্পাঞ্জলি শিৱম শৰ্মা প্ৰতিজন ব্যক্তিয়ে জীয়াই থকা জীৱনটোৰ অপৰিহাৰ্য্য অংশ হিচাপে জাগতিক দু: খ কষ্ট, বেথা, হাঁহিঁ বা কান্দোন এইবোৰক এক স্বাভাৱিক অৱস্থা বুলি আমি সকলোৱে মানি আহিছো। সংসাৰত থাকি এইবোৰৰ পৰা পৰিত্ৰাণ পোৱাটো সম্ভৱ নহয়, বা…

সপোনৰ আছুতীয়া ৰং

মৌচুমী শৰ্মা বৰকাকতী "মেঘবৰ্ণ, মেঘবৰ্ণ চোৱাহিচোন এবাৰ ইমান ধুনীয়া কৰিছে আকাশখন। " আহিন মাহৰ জোনাক নিশা আকাশ চোৱাৰ এক মাদকতা আছে।  সলনি হৈছে বতৰটো অলপ অলপকৈ  কুৱঁলি পৰিবলৈ আৰম্ভ কৰিছে।পদুলিৰ মুৰৰ শেৱালি আৰু ৰজনীগন্ধাৰ সুবাস আহি তাইৰ নাকত…

ইভেণ্ট মেনেজমেণ্ট

ড° বুলজিৎ বুঢ়াগোহাঁই ভাৰতত ইভেণ্ট মেনেজমেন্ট বহল পৰিসৰত আৰু বৃহৎ পৰ্যায়ত সম্পন্ন কৰা হয়। বিশ্বৰ কিছু সৰ্বশ্ৰেষ্ঠ মঞ্চ অনুষ্ঠান আৰু টেলিভিছন শ্ব' ভাৰততেই অনুষ্ঠিত হয়। বিশেষকৈ বিগত কিছু বছৰত ডাঙৰ প্রতিষ্ঠান আৰু বহুজাতিক কোম্পানীৰ দ্রুত…

ম’ম’ৰ মনোৰম কাহিনী

পিংকি বৰুৱা শৰতৰ বিদায়ৰ লগে লগে লাজৰ ওৰণি গুচাই এখুজিদুখুজিকৈ লাহে লাহে অসমত শীতৰ আগমন হৈছে৷ এই সময়ছোৱাত সাধাৰণতে গধূলি সময়ত  কিছুমান মুখৰোচক খাদ্যই আমাক বৰকৈ আকৰ্ষিত কৰে৷ তেলত মচমচীয়াকে ভজা গৰম গৰম পকৰী, পিয়াঁজী, চিঙৰা, আলু চপ, চিকেন…

আত্মঅসন্তুষ্টি হৈছে এক অস্থায়ী অৱস্থা

ডাঃ কৰুণা হাজৰিকা “If you are depressed, you are living in past. If you are anxious, you are living in future. If you are at peace, you are living in present.”  -  Anonymous. এই বাক্য় শাৰী কোনে ক’ত আৰু কেতিয়া কৈছে তাৰ উঁমান আমি নাপাওঁ।…

নাৰীৰ বৰদিন : ব্যতিক্ৰম বৰদিন 

স্বপ্না দাস "লা বেফানা ভিয়েন ডি ন'ট্টে ক'ন ডে স্কাৰ্প টুট্টে ৰ'ট্টে য়্যি ভেষ্টিট' অ'ল্লা ৰোমানা ভিভা ভিভা লা বেফানা...।" শিশুটোৱে গুণগুণাই গাই আছে। ষ্টকিংছ এটা খালী কৰি কৰি শিশুটোৱে গাই আছে। তাৰ দুচকুত আশাৰ পানচৈ। কণ্ঠস্বৰতো একেই…

পেৰাফিন পেডিকিউৰ  বা ভৰিৰ যত্ন

অজন্তা উপমন্যু পেডিকিউৰ বুলিলে আমি সাধাৰণভাৱে সকলোৱে জানো যে পদ্ধতিগত ভাৱে লোৱা ভৰিৰ যত্ন। ঠিক তেনেদৰে পেৰাফিন পেডিকিউৰ একপ্ৰকাৰৰ বৈজ্ঞানিক পদ্ধতিৰে কৰা ভৰিৰ যত্ন যিটো পদ্ধতিত গৰম পেৰাফিন ৱাক্স বা মমৰ ব্যৱহাৰ কৰা হয়।‌ এইধৰণৰ পেডিকিউৰে…