ডিজিটেল বাৰ্তা : ই-গ্ৰীটিংছ কাৰ্ড
ড° শান্তনা বৰদলৈ
আজিৰ সময় ডিজিটেল সময়। হাতত লৈ থকা মোবাইলটোৰ জৰিয়তে আমি প্ৰতিটো মুহুত্বতে সংযুক্ত হৈ থাকো ডিজিটেল পৃথিৱীখনৰ সৈতে। বজাৰ সমাৰৰ পৰা আৰম্ভ কৰি বেংক, চিকিৎসা , শিক্ষা, গৱেষণা, আদি সকলোতে ডিজিটেল বিনিময়ৰ পয়োভৰ। তথ্য - বিজ্ঞান …