এটমিক হেবিট

মাণিক পাল “বাৰে বাৰে আমি কৰা কামটোৱেই আমাৰ পৰিচয়। শ্ৰেষ্ঠত্ব এটা কাম নহয়, ই এক অভ্যাস ।” – এৰিষ্ট’টল । যিকোনো সফলতাৰ মূল ভেঁটিটোৱে হ’ল ভাল অভ্যাস। কেনেকৈ কথাখিনি আমি ‘জেমছ ক্লেয়াৰ’ৰ দ্বাৰা ৰচিত ‘এটমিক হেবিট’ শীৰ্ষক বিখ্যাত গ্ৰন্থখনৰ…

জোহাৰি উইণ্ড’ : নিজক আৰু আনক জুমি চোৱা খিৰিকী

ভাৰ্গৱ কুমাৰ বৰুৱা ঠিক কেতিয়াৰ পৰা! হয়তো এই ব্ৰহ্মাণ্ডৰ সৃষ্টিৰ পৰৱৰ্ত্তী ক্ষণৰ পৰাই, হয়তো তাৰো পূর্বৰে পৰা "মন" আৰু "মানসিক" স্থিতিৰ পৰিচিতি,সক্ষমতা আৰু প্ৰভাৱৰ ওপৰত বিশ্লেষণ হৈ অহাৰ নানা প্ৰমাণ আৰু তথ্য পোৱা যায়। শাস্ত্ৰীয় আৰু…

ইলেকট্রিক বাহন (Electric Vehicle) উদ্যোগৰ লগত জড়িত কেৰিয়াৰ

ড° বুলজিৎ বুঢ়াগোহাঁই পৰিবহণ আধুনিক জীৱনৰ এক মৌলিক প্ৰয়োজনীয়তা যদিও পৰম্পৰাগত আভ্যন্তৰীণ দহন ইঞ্জিনটো (Internal Combustion Engine) দ্ৰুতগতিত পুৰণি হৈ পৰিছে। বিশ্বজুৰি অটোমোটিভ উদ্যোগটোৱে এক উল্লেখযোগ্য পৰিৱৰ্তন সাধন কৰি আছে, ভাৰততো ইয়াৰ…

মৰমৰ আই

ড° শান্তনা বৰদলৈ " হয়তু  নহ'ব পাৰে মোৰ আই সবাতকৈ শুৱনি তথাপি আপোন মোৰ আই, গছ লতা ফুলে ভৰা এইখন ধুনীয়া ধৰণী তেৱে মোক দিলেহি চিনাই। কবি নৱকান্ত বৰুৱাদেৱৰ এইশাৰী কবিতাতে পৰিস্ফুট হৈ  উঠিছে আইৰ মূল্য। সঁচা, আইৰ সমান কোনোৱেই নাই, সকলো দেৱ-…

গ্ৰীষ্মকালীন স্বাস্থ্যৰ যতন 

অজন্তা উপমন্যু  গৰমৰ দিনত চাটি -ফুটি কৰি পাৰ কৰা সময়। অসহ্যকৰ গৰম, গাম , ৰ'দৰ প্ৰচণ্ড উত্তাপ,‌ শৰীৰৰ নানান বিসংগতি যেনে এলাৰ্জি,‌ ঘাঁমচি, খজুৱতি, ৰেচ ইত্যাদি।‌ এইবোৰৰ পৰা পৰিত্ৰাণ পাই গৰমৰ দিন কেইটা কিছুপৰিমানে হ'লেও আৰামদায়ক কৰি তুলিব…

গল্প :  পেৰাডাইজ লষ্ট 

পূৰবী বৰুৱা এখন সুন্দৰ মনোমোহা বাগিছা,বিবিধ গছ-বন, লতিকাৰে ভৰা ৷গছবোৰো নানাৰঙী ফুল তথা মোক খা মোক খাকৈ জিলিকি থকা নানান ফলেৰে জাতিষ্কাৰ ৷এক অনন্য জ্যোতিৰে উজলি থকা বাগিছাখনৰ সৌন্দৰ্য দেখিলে স্বৰ্গপুৰী যেন হে লাগে ৷আহ!এইয়াতো স্বৰ্গপুৰীয়ে…

 ভৰিৰ যত্ন আৰু কিয় ইমান গুৰুত্বপূৰ্ণ ?

ডাঃ সুদীপ্ত দত্ত দাস   MBBS(GMCH),FAM,নতুন দিল্লী DAM(কানাডাৰ ব'ৰ্ড)  পৰামৰ্শদাতা  নান্দনিক ক্লিনিক,  স্বাগত চিকিৎসালয়  ভৰিৰ  যত্ন লো ৱাটো কিয় জৰুৰী   আমি দেহৰ যতন লওঁ ঠিকেই কিন্তু আমি মুখ হাতৰ যতন বহুত বেছি লওঁ তাৰ মাজৰ আমাৰ দেহৰ…

ৰটেটৰ্‌ কাফ্‌ ইনজুৱৰি

প্ৰাঞ্জল  প্ৰতীম বৰা যিহেতু আমাৰ হাতৰ বাহু দুটা বা Shoulder দুটা এক প্ৰকাৰৰ weight bearing joint , মানে শৰীৰৰ ওপৰফালৰ ওজন বহন কৰা joint, গতিকে সকলো মানুহৰে কেতিয়াবা নহয় কেতিয়াবা বাহুৰ বিষ হোৱাৰ সম্ভাৱনা থাকেই। লগতে বয়সৰ লগত বাহুৰ…

অসমীয়া নাটক– প্ৰাচীন অথবা আধুনিক–৯

নিজৰা ৰাজকুমাৰী : দেউতাটো কি কৰিবলৈনো গাঁৱৰ ঘৰখন এৰি ইয়াত থাকিবলৈ আহে। আহিবই নেলাগে নহয়। ইয়াত আমাৰ এখন নিৰ্দিষ্ট ৰুটিন আছে। সেইমতে আমি চলিব লাগিব। কোনো কাৰণতে এই ৰুটিনৰ নিয়মভঙ্গ হোৱাটো মই নিবিচাৰো। : পাপা : চুপ। ক'লৈ গৈছিলা? : খেলা…

ৰিউমেটইড আর্থ্রাইটিছ আৰু ইয়াৰ নিদান

সুমন ডেকা সহকাৰী অধ্যাপক, মাইক্রবায়লজি, মহাত্মাগান্ধী বিশ্ববিদ্যালয় ১৩ মাইল, গুৱাহাটী বর্তমান সময়ত বিভিন্ন ধৰণৰ আর্থ্রাইটিছৰ ভিতৰত ৰিউমেটইড আর্থ্রাইটিছো প্রায় ৭৫ শতাংশ মহিলাৰ দেখা দিয়া সচৰাচৰ সমস্যা৷ সাধাৰণতে, এই বেমাৰটো প্রায় ৩০ৰ পৰা…