সন্তানৰ কেৰিয়াৰ বাছনি আৰু অভিভাৱকৰ কৰ্তব্য
অনু বৰুৱা
প্ৰত্যেকজন পিতৃ-মাতৃ বা অভিভাৱকৰ এটা সপোন বা আশা পুহি ৰাখে যাতে তেওলোকৰ সন্তানে সমাজত তেওলোকৰ নাম উজলায় ৷ নিজে নোৱাৰা বা অসমৰ্থ হোৱা বিষয়বোৰত সন্তানে সফলতা আনক বা তেওতকৈও বিখ্যাত হওক সেই ধৰণৰ চিন্তা কৰা অভিভাৱক এতিয়া বহুত…