গল্প : বিৰাগ
মেঘালী দত্ত ঠাকুৰীয়া
কিছুমান স্মৃতিয়ে মনৰ মাজত থিক ঔ টেঙাটোৰ দৰে জাপ খাই থাকে। মাজে সময়ে জাপবোৰ খুলি মনৰ দুৱাৰত টোকৰ মাৰে। সেয়া সুখ-দুখ আৰু হাঁহি কান্দোনৰ স্মৃতি। শৈশৱত গতানুগতিক যেন লগা কথাবোৰ এটা সময়ত হৈ পৰে ৰুঢ় বাস্তৱৰ…