চুটিগল্প : “খনিকৰ”
তৰালী ঘৰফলীয়া
"ছাৰ, মই বৰ আশাৰে আপোনাৰ ওচৰলৈ আহিছোঁ। যেনে-তেনে ল'ৰাটোৰ গতি এটা লগাৱকচোন। সি মোৰ কোনো কথাই নুশুনে। লাগ বুলি কোৱা প্ৰতিটো বস্তু দিবই লাগে। হাজিৰা কৰি পোৱা এধানমান টকাকেইটাৰে মই কেনেকৈ তাৰ অতবোৰ 'ফৰমাইছ' পূৰণ কৰোঁ কওকচোন।…