অসমীয়া চিনেকৰ্মৰ এক স্বৰ্ণিল নাম – “ভাইমন দা”
প্ৰজ্ঞানভ বৰা
ভাইমন দা অৰ্থাৎ মুনিন বৰুৱা।এজন সফল অসমীয়া চলচিত্ৰ নিৰ্মাতা।তেওঁৰ জীৱন বৰ বিচিত্ৰ। সঁচাকৈয়ে এখন চিনেমাৰ নিচিনা।এখন সফল চিনেমাৰ দৰে প্ৰতিতো উপাদানেৰে পৰিপূৰ্ণ। মুনিন বৰুৱাৰ দৰে এজন অসমীয়া চলচিত্ৰ জগতৰ মহিৰূহৰ স্বৰ্ণিল জীৱন…