মানসিক সুস্থতাৰ বাবে পুষ্টিকৰ খাদ্যাভ্যাস
অময়া দাস
খাদ্য বিশেষজ্ঞা আৰু গৱেষক
আজিৰ দ্ৰুতগতিৰ জীৱনত মানুহে শাৰীৰিক স্বাস্থ্যৰ ওপৰত কিছু মনোযোগ দিলেও বহু সময়ত মানসিক স্বাস্থ্যৰ কথা অৱহেলা কৰে। কিন্তু সুস্থ শৰীৰৰ দৰে সুস্থ মনো সমানেই প্রয়োজনীয়। এই কথাটো সমাজৰ মাজত বুজাবলৈ আৰু…