দৈনিক ৰাশিফল ১৫ জুন ২০২৬
৩১ জেঠ, সোমবাৰ, ইং ১৫ জুন ২০২৬
১.মেষ ৰাশি(অ,আ,ল): মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত সন্মান বাঢ়িব, যদিও আজি আপুনি সজাগ নহ'লে কৰ্মত সামান্য জটিলতা আহিব পাৰে লগতে আজি আপোনাৰ সামান্য ধন- সম্পত্তি ক্ষতি হোৱাৰ যোগ দেখা যায়।
২.বৃষ…