ওৰাং ৰাষ্ট্রীয় উদ্যান

ওৰাং ৰাষ্ট্রীয় উদ্যান গঁড় আৰু বাঘৰ জনসংখ্যাৰ বাবে জনাজাত ৷  ইয়াক কেতিয়াবা মিনি কাজিৰঙা বুলিও কোৱা হয় ৷  এতিয়া ৰাষ্ট্রীয় উদ্যানখনৰ নাম সলনি কৰি আনুষ্ঠানিকভাৱে ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্রীয় উদ্যান বুলি অভিহিত কৰা হৈছে ৷  ১৯৮৫ চনত বন্যপ্রাণী…

ৰঙ্গমঞ্চ নাট্য উৎসৱ

প্ৰাইড ইষ্ট এন্টাৰটেইনমেন্টছ  প্ৰাইভেট লিমিটেড ৰ সৌজন্যাত আৰু আইনা জীৱনৰ আলোচনী উদ্যোগত অনুষ্ঠিত হোৱা এক বৃহৎ প্ৰতিযোগিতা ৰঙ্গমঞ্চ নাট্য উৎসৱ। অসমৰ চুকে কোনে সিচঁৰিত হৈ থকা নাট্য প্ৰতিভা সমূহ উলিয়াই আনি এখন উপযুক্ত মঞ্চ প্ৰদান কৰা…

চীন দেশ-প্রাচ্যৰ মুক্তা চাংহাই

মনোজ কুমাৰ শ্রুতিকৰ আমি চীন দেশৰ ৰাজধানী চহৰ বেইজিঙৰ ভ্রমণ সমাপ্ত কৰি ২৪ মেৰ পুৱাৰ জলপানৰ পিছত বেইজিং ৰেলৱে ষ্টেচন পালোঁহি ৷ আজি আমাৰ গন্তব্যস্থান চীন দেশৰ পূব প্রান্তত থকা এছিয়াৰ মুক্তা আৰু প্রাচ্যৰ পেৰিছ বুলি খ্যাত চীন দেশৰ সবাতোকৈ…

প্রত্যাশা–প্রেম–প্রাপ্তি

স্বপ্না দাস বায়ন নয়নাৰ ঘৰখনত আজি এক উছৱমুখৰ পৰিৱেশ ৷ আৰতিৰ গাত আনন্দত তত্ নাইকিয়া অৱস্থা ৷ সেইবাবেই ৰাতিপুৱাই শোৱাপাটী এৰি দৈনন্দিন কামবোৰ কৰি তাই আজৰি হৈ লৈছে ৷  ঘৰুৱা কামত সহায় কৰি দিয়া বিমলা বাইদেৱেও কালি কোৱামতেই আজি সোনকালেই কামলৈ…

বালিঘড়ী

মনালিছা পাঠক সময় কাৰো বাবে ৰৈ নাথাকে ৷ ধুনীয়া হাতৰ আখৰৰ বহীখনত উজ্জ্বলকৈ লিখা এই বাক্যশাৰীয়ে তাহানিতেই সেই একেই উজ্জ্বলতাৰে মোৰ মনতো খাজ কাটি বহি ৰল চিৰদিনৰ বাবে ৷ খেলি থাকোঁতে কেতিয়ানো বেলিটো লহিয়াইছিল গমেই নাপাইছিলোঁ ৷ ছমহীয়া পৰীক্ষা দি…

লিজ্জত পাপৰৰ অবিস্মৰণীয় যাত্রা

পংকজ কুমাৰ নেওগ মেহমানোকো খুশ কৰ জায়ে খাৰ্–ৰাম্, খুৰ্–ৰাম্, মজেদাৰ ইজ্জতদাৰ, স্বাদ স্বাদ মে লিজ্জত পাপৰ, সেক কে খায়ে, তল কে খায়েখুৰ্–ৰাম্, খাৰ্–ৰাম্!! যি সময়ত মধ্যবিত্ত ভাৰতীয় পৰিয়ালত টেলিভিছন ছেটসমূহৰ প্রৱেশ ঘটিছিল পাপৰৰ বাবে দিয়া…

সৌন্দর্য চর্চাৰে বয়সৰ লগত বন্ধুত্ব

অজন্তা উপমন্যু মহিলাসকলে প্রায় ত্রিশটা বসন্ত অতিক্রম কৰাৰ পাছৰে পৰাই নিজৰ শৰীৰৰ প্রতি চকু দিয়াৰ প্রয়োজনীয়তা আহি পৰে ৷ দৈনন্দিন সকলো কামৰ মাজতে নিজৰ বাবে কিছু সময় আছুতীয়াকৈ ৰখা নিতান্তই প্রয়োজন ৷ বিশেষকৈ যিমান পাৰে সিমান মানসিক চিন্তা–ভাবনা…

চিন্তা কৰক আৰু ধনী হৈ উঠক

মাণিক পাল বিংশ শতিকাৰ আটাইতকৈ ধনী ব্যক্তিসকলৰ ভিতৰত এজন এড্রিউ কার্নেগীয়ে নেপোলিয়ন হিলক এবাৰ মাতি পঠিয়ায় আৰু তেওঁক ধনী হোৱাৰ মূলমন্ত্র আৰু ৰহস্যবোৰক গৱেষণা কৰি উদ্ঘাটন কৰিবলৈ কয়, যাতে সেহ ৰহস্য আৰু মূলমন্ত্রবোৰক প্রয়োগ কৰি আন মানুহেও ধনী…

হাংঝৌ এছিয়ান গেমছত ভাৰতৰ হতিহাস

যোগেশ কলিতা এথলেটিক জগতত ভাৰতৰ নাম আকৌ এবাৰ অক্ষুণ্ণ ৰাখিলে ভাৰতীয় দলে ৷ চীনৰ হাংঝৌত অনুষ্ঠিত এছিয়ান গেমছত ভাৰতীয় দলে আশাপ্রদ ফলাফল প্রদর্শন কৰে ৷ ইতিহাসৰ সবাতোকৈ এইবাৰ শ্রেষ্ঠ প্রদর্শন ভাৰতীয় দলৰ ৷ এইবাৰৰ এছিয়ান গেমছতে ভাৰতীয় দলটোৱে…

আমিবোৰ এতিয়া যন্ত্রচালিত মানুহ

প্রণতি দেৱী শর্মা ক্রমাৎ আমি মানুহবোৰ যন্ত্রত পৰিণত হৈ পৰিছোঁ ৷ বিজ্ঞান আৰু প্রযুক্তিয়ে আধুনিক জীৱনযাত্রা সহজলভ্য কৰি তোলাৰ সময়ত মনলৈ আহে হেৰাই যোৱা অতীতৰ সোণসেৰীয়া কথাবোৰ ৷ কথাবোৰে পোখা মেলি বিশাল বৃক্ষ হবগৈ বুলি আশা পালি আমি যেন পাহৰি…