লোক–সংস্কৃতিৰ অমূল্য সম্পদ বিয়ানাম
বর্ণালী কটকী ওজা
অসমৰ জাতীয় জীৱনৰ বর্ণাঢ্য ইতিহাসৰ সৈতে যুক্ত হৈ আছে জনগোষ্ঠীয়সমূহৰ সাংসৃক্তিক ইতিহাস, লোক–পৰম্পৰাৰে সমৃদ্ধ সমন্বয়ৰ ইতিহাস ৷ সেয়ে অসমৰ জাতীয় জীৱনত উৎসৱ–নুষ্ঠানৰ গুৰুত্ব অপৰিসীম ৷ এই উৎসৱ–অনুষ্ঠানসমূহৰ ভিতৰত মানুহৰ জীৱনবোধৰ…