কইনাৰ ৰূপচর্চা
বিষয়া ভূঞা
বিয়া ৷ প্রত্যেকজনী ছোৱালীৰ সপোনৰ দিন ৷ জীৱনৰ এই বিশেষ দিনটোত সকলোতকৈ সুন্দৰী হৈ উঠিবলৈ প্রত্যেকজনী ছোৱালীয়ে ইচ্ছা কৰে ৷ বিয়াৰ দিনটোত ধুনীয়া দেখিবলৈ আমি বিয়াৰ আগদিনা দৌৰাদৌৰি কৰিলে নহব ৷ এই বিশেষ দিনটোৰ বাবে আমি দুই–তিনি মাহ আগৰ…