দ্য প্রমিজ আৰু ডেমন গলগুট
মাণিক পাল
বিশ্ব সাহিত্যৰ অন্যতম মর্যাদাসম্পন্ন পুৰস্কাৰ হল মেন বুকাৰ পুৰস্কাৰ বা বুকাৰ বঁটা৷ এই পুৰস্কাৰৰ প্রচলন ১৯৬৯ চনৰ পৰা আৰম্ভ হয়৷ সেই সময়ত ইয়াৰ নাম আছিল বুকাৰ মেককনেল প্রাইজ৷ ১৯৬৯ চনত ইয়াৰ প্রথম পুৰস্কাৰটো লাভ কৰিছিল গ্রেট ব্রিটেইনৰ…