পাচন–তন্ত্রৰ ৰোগ প্রতিকাৰৰ উপায়
ডাঃ ইন্দুভূষণ শর্মা
মানৱ শৰীৰৰ এক গুৰুত্বপূর্ণ প্রণালী হৈছে পাচন–তন্ত্র ৷ প্রাপ্তবয়স্ক্ৰ ক্ষেত্রত প্রায় ৯ মিটাৰ দৈর্ঘ্যৰ খাদ্যনলী আৰু আন কিছুমান অংগ–প্রত্যংগৰে এই প্রণালী গঠিত ৷ মুখৰ পৰা পায়ুলৈকে বিস্তৃত এই খাদ্যনলীৰ বিভিন্ন অংশ থাকে ৷…