চেহেৰা চাই চৰিত্র বিচাৰ
ড: কৰবী বেজবৰুৱা
ফেচ ৰীডিং বা মানুহৰ মুখমণ্ডল চাই মানুহজনৰ ব্যক্তিত্ব, তেওঁৰ ব্যৱহাৰ, তেওঁৰ চৰিত্র, জীৱন ধাৰণৰ মান, কেৰিয়াৰ, শিক্ষা, ভৱিষ্যতৰ বিষয়ে জ্ঞান জ্যোতিষ বিদ্যাৰ আন এক অধ্যায় ৷ এই অধ্যায়ক সামুদ্রিক জ্যোতিষ বুলি জনা যায় ৷ এই বিদ্যাৰ…