চহকী অসমৰ গহনা–গাঁথৰি

মৃগেন শর্মা তাহানিৰ পৰা অসমৰ অলংকাৰ শিল্পই এক বিশেষ শিল্পৰূপে মর্যাদা লাভ কৰি আহিছে ৷ অসমৰ সোৱণশিৰি নদী আৰু আন কেইখনমানত সোণৰ চেকুৰা পোৱা গৈছিল ৷ নদীৰ পৰা সোণ কমোৱাৰ বাবে এচাম মানুহ আছিল ৷ তেওঁলোকক সোণোৱাল বুলিছিল ৷ এই সোণোৱালসকল অসমৰ বৃহৎ…

দ্য ছাইলেণ্ট চাইল্ড পিতৃ–মাতৃৰ কর্তব্য

পূবালী বৰা বগা চুলি, উজ্জ্বল দুটি চকু আৰু মৰম লগা মুখেৰে সৈতে এজনী কণমানি ছোৱালী ৷ নাম লিবি ৷ পিতৃ–মাতৃ আৰু দুই জ্যেষ্ঠ ভাতৃ–ভগ্নীৰ সৈতে লিবি বাস কৰে ইংলেণ্ডৰ এটা গ্রাম্যাঞ্চলত ৷ পুৱাৰে পৰা ঘৰখনৰ প্রতিজন সদস্য যেতিয়া নিজৰ কর্মক্ষেত্রত…

ৰেচিপি

আহমণি গোহাঁই দিহিঙীয়া কচুশাক, মচন্দৰি, কণবিলাাহীৰে বাহুমাছৰ তৰকাৰী উপকৰণ- কচু শাক এমুঠি মচন্দৰি পাতৰ আগ এমুঠি কণবিলাহী জোখমতে মাছ ৫/৬ টুকুৰা আলু এটা নহৰু ৫/৬ কোঁহ আদাৰ পেষ্ট ১ চাহ চামুচ কেঁচা জলকীয়া ৩/৪টা পিঁয়াজ এটা মগুদাহল…

বোকাখাত মহকুমাৰ পৰ্যটন থলীসমূহ

অমৰ শর্মা আন্তর্জাতিক বা বহিঃৰাজ্যৰ পর্যটকৰ অন্যতম আকর্ষণৰ কেন্দ্রবিন্দু উত্তৰ–পূর্বাঞ্চল ৷ উত্তৰ–পূর্বাঞ্চলৰ নৈসর্গিক অমল সৌন্দর্যই প্রতিনিয়ত আকর্ষণ কৰি আহিছে প্রকৃতিৰ সুধাপিপাসু এজাক মানুহক ৷ এই উত্তৰ–পূর্বাঞ্চলৰ অন্যতম ৰাজ্য হিচাপে…

১৯–অনূৰ্ধ্বত পঞ্চমবাৰৰ বাবে চেম্পিয়ন ভাৰত

যোগেশ কলিতা প্রত্যাশা অনুসৰি ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত ১৯ অনূধর্ব বিশ্বকাপত বিজয়ৰ মুকুট পিন্ধিলে ভাৰতে ৷ ৰাজ বাৱা আৰু ৰবি কুমাৰৰ হাততেই নিশ্চিত হয় ভাৰতীয় দলৰ বিজয়যাত্রা ৷ প্রথম ইনিংছতে নিশ্চিত হৈছিল খিতাপ দখল কৰাটো ৷ আনুষ্ঠানিকতা আছিল মাত্র…

ৰেচিপি

পালেঙৰ কোফটা কাৰী প্রথম কোফটাখিনি বনাব লাগিব ৷ তাৰ বাবে লগা উপকৰণখিনি হল- উপকৰণ : পালেং এক মুঠি আলু এটা পনীৰ এশ গ্রাম গোটা জিৰা আধা চামুচ আধা চামুচ বাটাৰ কর্ণফ্লৰ চাৰি পাঁচ চামুচ মান নিমখ সোৱাদ মতে ভাজিবৰ বাবে তেল প্রণালী : আলুটো…

মূত্রবহতন্ত্র আৰু ইয়াৰ পাথৰৰ চিকিৎসা পদ্ধতি

ডাঃ নিতুল বৈশ্য মানৱ শৰীৰৰ মূত্রবহতন্ত্রটো এটা অত্যাৱশকীয় তন্ত্র ৷ ইয়াক দুই ভাগত ভাগ কৰিব পাৰি ৷ ঊধর্ব মূত্রতন্ত্র (Upper urinary tract) আৰু অধঃমূত্রতন্ত্র (Lower urinary tract) ৷ দুটা বৃক্ক আৰু দুডাল ইউৰেটাৰ বা মূত্র পৰিবাহী নলীৰে ঊধর্ব…

নৱবর্ষৰ প্রথমখন অসমীয়া ছবি ‘একলব্য’ক আদৰিলে দর্শকে

দর্শনা বৰুৱা চিনেমাখনৰ প্রথম অংশত দেখা যায় অভয় নামৰ কিছু ব্যতিক্রমী, মৰমলগা যুৱক এজন কাৰাগাৰৰ আলহী হয় ৷ অভয়ে তাতেই লগ পাই আন এগৰাকী অপৰাধীক ৷ অপৰাধী হলেও কাৰাগাৰৰ সকলোৱে সন্মান–সমীহ কৰি চলা ব্যক্তিগৰাকীৰ সহায়ত শাস্তিৰ ম্যাদ কমাই মুকলি…

শালমইনা | সাৱধানতা আৰু প্রতিকাৰ

গীতাশ্রী গগৈ হাতীবৰুৱা মুখত শালমইনা ওলালে বহু ক্ষেত্রত অসুবিধাৰ সন্মুখীন হব লগা হয় ৷ লগাওঁ বুলি যিকোনো ক্রীম বা প্রসাধন সামগ্রী লগাব নোৱাৰি, মেকআপ কৰিবলৈও অসুবিধা হয় আৰু ব্যৱহাৰ কৰিলেও শালমইনা বেছি হোৱাৰ ভয় থাকে ৷ শালমইনা ওলোৱা ফলত দাগ ৰৈ…

হেলডী ড্রিংক : ডেটক্স ৱাটাৰ

বর্ণালী শর্মা বশিষ্ঠ যদিহে আপুনি শৰীৰৰ অতিৰিক্ত ফেট কমাব বিচাৰে অথবা নিজকে হেলডী ৰূপত পাব বিচাৰে, তেন্তে শৰীৰৰ অলাগতিয়াল আৰু অনিষ্টকাৰী টক্সিনসমূহক আঁতৰোৱাৰ প্রয়োজন ৷ ইয়াৰ বাবে নিতৌ আপুনি আঠ–দহ গ্লাছ পানী খোৱা অতি আৱশ্যক ৷ পানীয়ে আমাৰ…