অস্তাচলত উদিত সূৰুয
জয়শ্রী কলিতা
গোমা আকাশখনত বিজুলী–ঢেৰেকনিৰ কাণ তাল মাৰি ধৰা শব্দত বৰষা উচাপ খাই উঠিল ৷ কিমান সময় বেলকনিত বহি আত্ম আলাপত বিভোৰ হৈ আছিল তাইৰ মনত নাই ৷ দিনটোৰ ব্যস্ততাৰ অন্তত শাৰীৰিক অৱসাদখিনি আঁতৰাবলৈ কিছু সময় এনেদৰে বেলকনিত বহাটো অভ্যাসত…