ডুবাইৰ মনোৰম সন্ধিয়া

ডঃ  হৰিশংকৰ কাকতী মৰুভূমি চোৱাৰ এটি দুর্বাৰ আকর্ষণে মোক প্রায়ে আমনি কৰি আছিল যদিও সেই হেঁপাহ পূৰণ কৰিব পৰা নাছিলোঁ ৷ মোৰ ছোৱালী ৰাজস্থানত পঢ়ি থকাৰ সময়ত কেইবাবাৰো ৰাজস্থান ভ্রমণ কৰিছিলোঁ যদিও এবাৰো মৰুভূমিলৈ যোৱাৰ সৌভাগ্য নহল ৷ অৱশেষত…

গ্রীষ্মঃ ই যে সম্ভাৱনা–যন্ত্রণাৰে ভৰপূৰ এক অনন্য ঋতু

প্রণতি দেৱী শর্মা ঋতু আহে ঋতু যায় ৷ প্রকৃতিৰ চিৰন্তন আকূতিত বছৰে বাগৰ সলোৱাৰ দৰেই ঋতুৱে ঋতুৱে বৈভৱৰ বতৰা লৈ মানুহক দি যায় জীৱনৰ সুৰীয়া বাঁহীৰ সুৰ ৷ মোহময়ী ঋতুৰ বিতোপন শোভাই মানুহক চিৰপ্রফুল্লিত কৰি ৰাখে প্রতিনিয়ত ৷ প্রতিজন মানুহৰ যেনেকৈ…

আধুনিক অসমীয়া নাটকত লোক–নাট্যকলাৰ পৰম্পৰা

বর্ণালী কটকী ওজা লিখিত নাটেই সাহিত্যিক নাট অর্থাৎ Literary Drama  আৰু মুখ পৰম্পৰা প্রচলিত কিন্তু লিখিত ৰূপ গ্রহণ নকৰা নাটেই লোকনাট বা Folk Drama৷ লোকনাট একপ্রকাৰ গীতাভিনয় ৷ এই নাটৰ কাহিনী নির্মাতা, দর্শক, শ্রোতা, কলা–কুশলী, পাত্র–পাত্রী,…

ভাৰতীয় নৌসেনাত কেনেকৈ যোগদান কৰিব পাৰি

ডঃ   বুলজিৎ বুুাগোহাঁহ ভাৰতীয় নৌসেনা(Indian Navy)ত যোগদান কৰিবৰ বাবে বিভিন্ন ব্যৱস্থা আছে৷ এটা হল কেন্দ্রীয় লোকসেৱা আয়োগে হউ পি এছ চি পৰিচালনা কৰা সর্বভাৰতীয় পর্যায়ৰ পৰীক্ষা হল ৰাষ্ট্রীয় প্রতিৰক্ষা আৰু নৌ একাডেমী পৰীক্ষা(National Defence…

অন্তর্মুখী ব্যক্তিত্ব

জোনাকী দেৱী কাশ্যপ তুমি কেনেকুৱা ছোৱালী ! সকলোৱে ৰং–ধেমালিৰে নাচ–গান কৰি আছে আৰু তুমি ইয়াত নদীৰ পাৰত অকলে অকলে বহি আছা তুমি ইমান লাজকুৰীয়া কিয় ! ঘৰলৈ অহা আলহীৰ লগত দুআষাৰ ভালকৈ কথা কবলৈ নাজানা আমাৰ সমাজৰ কিছুসংখ্যক লোকে সদায় এনেকুৱা ধৰণৰ…

মিম্ছ – আধুনিক যুগৰ এক চিনাকি নাম

অনুপমা ডেকা সামাজিক মাধ্যমত প্রতিদিনে দেখিবলৈ পোৱা যায় নানা ধৰণৰ মিম্ছ ৷ ডিজিটেল যুগৰ একাংশ লোকক উপার্জনৰ বাট মুকলি কৰি দিছে একো একোখন মিম্ছৰ পেজে ৷ যুগৰ পৰিৱর্তনৰ লগে লগে মানুহৰ ৰুচিবোধৰো পৰিৱর্তন হৈছে ৷ অতীজতে পাৰচৰাই, পৰৱর্তী সময়ত…

গ্রীষ্মকালৰ আনন্দ

ভবেন বৰুৱা ইংৰাজীৰ Season শব্দটোৰ অসমীয়া সমার্থক শব্দ হৈছে ঋতু ৷ এই Season বা ঋতুৱে বতৰ, জলবায়ু আদিৰ চৰিত্র তথা ৰূপক লৈ বছৰৰ ভিন ভিন সময়ক বুজায় ৷ প্রতিটো Season বা ঋতুৰেই নিজস্ব বৈশিষ্ট্য আছে আৰু নিজস্ব এই বৈশিষ্ট্য বা চৰিত্রৰেই ই বছৰটোৰ…

আশা, নিৰাশা আৰু আমি 

ডাঃ কৰুণা  হাজৰিকা আশা আৰু নিৰাশাৰ মাজতে আমাৰ জীৱন ৷ আশা হৈছে জীৱনৰ সঞ্জীৱনী পানী ৷ মানুহ আশা লৈয়েহ জীয়াই থাকে বা থাকিবলৈ চেষ্টা কৰে ৷ আশা অবিহনে জীৱন অসম্ভৱ ৷ আশাই মানুহৰ জীৱনৰ গতি আনি দিয়ে ৷ এই গতিয়েই অনাগত দিনত সকলোকে অনাবিল আনন্দ আৰু…

গৰমত শৰীৰৰ সমস্যাৰ সমাধান

বর্ণালী ভট্টাচার্য গৰম দিনকেইটাত আমাৰ দেহত ঘামচি বা বহুতৰ গা বহুত ঘামে ৷ ঘমাৰ উৎপাতত শৰীৰৰ কমনীয়তা হেৰুৱায় ৷ ঘামচি, খৰ–খজুৱতিৰ সমস্যাও ঘামৰ বাবেই হয় ৷ শৰীৰৰ পৰা বহু বেছি পৰিমাণে ঘাম ওলালে চিকিৎসকৰ ওচৰলৈ যোৱা উচিত৷ শৰীৰৰTheromregulationৰ…

আঁঠুৰ বিষৰ কাৰক

ডাঃ অনুপ বৈশ্য আঁঠুযোৰ হৈছে আমাৰ চালিকাশক্তি ৷ আমি সুস্থ–সবল জীৱন যাপন কৰিবলৈ হলে আঁঠুযুৰি সুস্থ সবল হৈ থাকিব লাগিব ৷ আঁঠুৰ বেমাৰ বুলি কলেই সাধাৰণতে আমাৰ মনলৈ আহে আঁঠু ক্ষয় যোৱা ৰোগ osteoarthritis ৰ বিষয়ে osteoarthritis ৰোগত আঁঠুৰ সমূহ…