আইনাৰ অকণিহঁতলৈ

মৰমৰ আইনাৰ অকণিহঁত, মৰম লবা ৷ তোমালোকে বাৰু স্কুলৰ গৰমৰ বন্ধত কিবা ভাল বাহিৰা কিতাপ পঢ়িলানে তোমালোকক নিশ্চয় গৰমৰ বন্ধত ঘৰত কৰিবলৈ স্কুলৰ পৰা বহুত হোম–ৱর্ক, গৃহ কর্ম বা কিবাকিবি প্রজেক্ট বা প্রকল্পৰ কাম দিছিল ৷ তাৰ মাজতে তোমালোকে নিজৰ…

এবাউট মধুলেখা

দর্শনা বৰুৱা ৰবা দেই আমি একেলগে চাহকাপ খাম, আহি আছো ৰবা ৷  একেবাৰে স্বাভাৱিক সুৰত বতাহছাটিক উদ্দেশ্যি লৰালৰিকৈ কথাষাৰ কৈ মধুলেখাই যাৱতীয় কামবোৰ কৰিবলৈ আৰম্ভ কৰিলে ৷ পুতেক পুগুলৈ জহাচাউল দুমঠি কুকাৰটোত বহাই মধুলেখাই ডাইনিংখনৰ চকীখনত বহি…

উলম্ব বাগিচা

নিবেদিতা ভূঞা ৰাজকুমাৰী সম্প্রতি বাগিচাসজ্জাৰ ক্ষেত্রত সবাতোকৈ জনপ্রিয়তা অর্জন কৰিবলৈ সক্ষম হোৱা শৈলী বা কৌশলবিধ হল ভার্টিকেল গার্ডেনিং ৷ সহজ ভাষাত কবলৈ হলে ভার্টিকেল গার্ডেন (Vertical Garden), অসমীয়াত যাক আমি উলম্ব বাগিচা বা বাগান বুলি…

মুখৰ কলা ছাল আঁতৰাবলৈ ঘৰুৱা উপায়

বৰ্ণালী ভট্টাচাৰ্য্য় হৰমনৰ ভাৰসাম্যহীনতা আৰু হাইপাৰপিগমেণ্টেচন্ ধৰি কেইবাটাও কাৰণে মুখৰ চাৰিওফালে ছাল কলা হোৱাত অৰিহণা যোগাব পাৰে ৷ ইয়াৰ পৰা মুক্তি পোৱাৰ ৫টা প্রাকৃতিক উপায় আগবঢ়োৱা হল ৷ এপিডার্মিছৰ গভীৰ তৰপবোৰে মেলানিন উৎপন্ন কৰে, যিটো…

শালমনৰ সমস্যা–প্রতিকাৰ

অজন্তা উপমন্যু ছালৰ নানান সমস্যাৰ ভিতৰত শালমনৰ সমস্যাও অন্যতম ৷ শালমন হলে গোটেহ মুখমণ্ডলত নাইবা মুখৰ এটা অংশত সৰু সৰু ফোঁহা হয় ৷ ছাল ৰঙা পৰে আৰু সামান্য বিষ অনুভৱ হয় ৷ শালমন বিশেষকৈ বয়ঃসন্ধি কালত বেছি হয় ৷ এই সময়ত হৰমনৰ তাৰতম্য ঘটে ৷ ছাল…

আপোনাৰ অৱচেতন মনৰ শক্তি

মাণিক পাল কেতিয়াবা ভাবি চাইছেনে এজন ব্যক্তি সুখী আৰু আনজন দুখী কিয় হয় এজন ব্যক্তি ধনী আৰু আনজন দুখীয়া কিয় হয় এজন ব্যক্তি ভয়াতুৰ আৰু মানসিক চাপগ্রস্ত আৰু আনজন সাহসী আৰু আত্মবিশ্বাসী কিয় হয় এজন ব্যক্তি নিজৰ জীৱনৰ সকলো ক্ষেত্রতেই সফল আৰু আনজন…

এগৰাকী ভাৰতীয় শ্বিণ্ডলাৰৰ কাহিনী

পংকজ কুমাৰ নেওগ দ্বিতীয় বিশ্বযুদ্ধৰ ইলকাষ্ট বা গণহত্যাৰ সময়ত ১২০০ ইহুদীক নিজৰ কাৰখানাত নিয়োগ কৰি জীৱন ৰক্ষা কৰা জার্মান উদ্যোগপতি তথা নাজী পার্টীৰ সদস্য অস্কাৰ শ্বিণ্ডলাৰৰ জীৱন কাহিনীক ষ্টিভেন স্পিলবার্গে ১৯৯৩ চনত শ্বিণ্ডলার্চ লিষ্ট নামৰ…

সুখ আৰু সন্তোষ

আপোনাৰ মাজত আপোনাক বিচাৰি চাওক ডাঃ কৰুণা হাজৰিকা আপুনি বাৰু কেতিয়াবা ভাবি  চাইছেনে আপুনি সুখী হয়নে নহয় যদি হয় তেনেহলে ভাবি চাইছেনে আপুনি সন্তুষ্ট হয়নে নহয় যদি নহয়, কিয় নহয় তাৰ উত্তৰ নিশ্চয় আপোনাৰ ওচৰত নাহ বা আপুনি ইয়াক অনুধাৱন কৰিব পৰা…

আইনাৰ আলাপত মিৰেল কুদ্দুছ

বর্ণালী এছ ডেকা অসমৰ বোলছবি জগতত তেওঁ এক সোণালী যুগ অতিক্রম কৰিলে ৷  ৭০ৰ দশকৰ এগৰাকী কৌতুক অভিনেতাৰ কথা মনলৈ আহিলে নিশ্চয় দর্শকৰ মনত পৰে কণটিলৌ চৰিত্রটি ৷ কোনে পাহৰিব কণটিলৌক ৷ আজিও প্রতিজন অসমীয়াৰ হূদয়ত সজীৱ হৈ আছে কণটিলৌৰ নৈর্ভেজাল…

মৰমৰ আইনাৰ অকণিহঁত

মৰম লবা ৷ তোমালোকে বাৰু ৰেলত উঠি পাইছানে কেতিয়াবা ৰেল ষ্টেচনলৈ গৈছানে ইঞ্জিন এটাই যেতিয়া বহুতো দবা থকা ৰেলখনক হুৰহুৰাই টানি নিয়ে, দবাবোৰত বহি থকা যাত্রীবোৰক দেখি তোমাৰ নিজৰো ৰেলখনত উঠি কৰবালৈ গুচি যাব মন নাযায়নে মোৰ নিজৰ কিন্তু মন যায় ৷ আমি…