ৰোগ প্রতিৰোধ আৰু স্বাস্থ্যৰক্ষাত ঋতুচর্যা

ডাঃ নিতুল বৈশ্য বিশ্ব স্বাস্থ্য সংস্থাৰ মতে "Health is a state of complete physical, mental and social well-being and not merely the absence of disease or infirmity." অর্থাৎ দেহত ৰোগৰ অনুপস্থিতি মানেহ সুস্বাস্থ্যক নুবুজায় ৷ দেহটো নিৰোগী…

গ্রীষ্মকালীন ছালৰ লেপ

অজন্তা উপমন্যু লেপ বা পেক ছালৰ বাবে অতি প্রয়োজনীয় একপ্রকাৰৰ সৌন্দর্যৰ বিধি৷ পেক লগালে ছালৰ ৰক্ত সঞ্চালন বৃদ্ধি হয়, ছালৰ মৃত কোষ আঁতৰাহ ছাল নিমজ কৰে আৰু পেকত ব্যৱহাৰ কৰা অন্যান্য দ্রব্যসমূহ নোম কূপৰ মাজেৰে ছালৰ ভিতৰলৈ সোমাহ ছালত পুষ্টিৰ…

বিশ্ববিশ্রুত মল্লবীৰ গামা

পংকজ কুমাৰ বৰা ভাৰতবর্ষত মল্লযুদ্ধৰ কথা পৌৰাণিক কালৰ পৰাই প্রচলিত হোৱাৰ তথ্য পোৱা যায় ৷ ৰামায়ণ–মহাভাৰতত্ মল্লযুদ্ধৰ কথা উল্লেখ আছে ৷ হনুমান, ভীম, দুর্যোধন আদি বিশিষ্ট মল্লবীৰ হিচাপে জনাজাত ৷ অবিভক্ত ভাৰতবর্ষৰ অমৃতসৰৰ জৱোয়াল গাঁৱত ১৮৭৮ চনৰ…

জগিং এক উত্তম এৰবিক ব্যায়াম

ৰাজীৱ কাশ্যপ স্বাস্থ্য ৰক্ষাৰ বাবে জগিং একপ্রকাৰৰ অতি উত্তম এৰবিক ব্যায়াম ৷ বিশেষকৈ ডেকা চামৰ মাজত ই অতি জনপ্রিয় ৷ এৰবিক ব্যায়াম মানে হৈছে যে ইয়াৰ দ্বাৰা আমাৰ শৰীৰে অধিক অক্সিজেন গ্রহণ কৰে ৷ জগিং হৈছে খোজ কাতকৈ অলপ বেছি বেগত আৰু দৌৰাতকৈ কম…

ৰেচিপি

কৰবী গগৈ শর্মা  চুজিৰ কেক  উপকৰণ কণী – ৪টা চুজি – ২ কাপ গুড– ১/২ কাপ মিহিকৈ কুটা বেকিং – ১ চামুচ  মিক্স ড্রাহ ফ্রুহট ১/২ কাপ আমূল তাজা গাখীৰ ১ কাপ  কমলাৰ জেষ্ঠ বাটাৰ – ১০০ গ্রাম যিকোনো ফ্লেভাৰৰ এচেনঞ্চ  প্রণালীঃ  প্রথমে  শুকান …

মেজাংকৰী বস্ত্র 

মৃগেন শর্মা                                     মেজাংকৰী বস্ত্র বৰ সুন্দৰ ৷ অসমীয়া সমাজত ইয়াৰ বৰ আদৰ ৷ আমি এই বস্ত্রৰ বিষয়ে আলোচনা কৰিম ৷ কিন্তু তাৰ আগতে অসমীয়া বস্ত্রশিল্পৰ ওপৰত আলোকপাত কৰিব লৈছোঁ ৷ অতি প্রাচীন কালৰ পৰাই অসমত…

নিজৰ প্রতি অৱহেলা বিপদজ্জনক

ৰীণা দেৱী  প্রায়ে দেখা যায় যে ঘৰ সংসাৰৰ এশ এটা কামত ব্যস্ত থাকি মহিলাসকলে নিজৰ দেহাটোৰ যত্ন লবলৈ পাহৰে অথবা নিজক অৱহেলা কৰি আহে, যি কাৰণত তেওঁলোক বিভিন্ন ভয়ানক ৰোগৰ চিকাৰ হয় ৷ কেৱল এয়ে নহয়, শৰীৰত কোনো ৰোগৰ লক্ষণ স্পষ্ট হোৱাৰ সংকেত দিয়াৰ…

মেট্ৰিক–হায়াৰ ছেকেণ্ডাৰী উত্তীর্ণৰ পিছত অধ্যয়নৰ বিষয়

ডঃ বুলজিৎ  বুুাগোহাঁহ সাধাৰণতে, প্রায়বোৰ ছাত্র–ছাত্রী হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীর্ণ হোৱাৰ পিছত উচ্চতৰ মাধ্যমিকৰ কলা, বিজ্ঞান নে বাণিজ্য শাখাত নামভর্তি কৰিব নতুবা বৃত্তিমুখী(vocational) শিক্ষা গ্রহণ কৰিব, সেইটো সিদ্ধান্ত লওঁতে …

কেশৱ মহন্তৰ গীতত লোক–সাংসৃক্তিক সমল

ডঃ  লীনা ডেকা সমন্বয়েই লোক–সংসৃক্তিৰ ধর্ম ৷ সৰু–বৰ জাতি–জনজাতিৰ সাংসৃক্তিক উপাদানৰ সহায়ত জাতীয় সংসৃক্তি গঢ় লৈ উঠে ৷ অসমৰ লোক–সংসৃক্তিও এই নিয়মৰ ভেটিতে গঢ় লৈ উঠিছে ৷ লোক–সংসৃক্তি কেৱল আদিম যুগ আৰু সংসৃক্তিৰ বিচাৰতে সীমাবদ্ধ নহয় ৷ বর্তমানৰ…

গ্রীষ্মকালত হোৱা ছালৰ খজুৱতি

ডাঃ দুলুমণি কলিতা আপুনি বাৰু সঘনাহ চর্দি–বৰ, পানীলগা, অলপ ধোঁৱা–ধূলিৰ সংস্পর্শত আহিলেই উশাহৰ কষ্ট অনুভৱ কৰা, সঘনাই ছাল ৰঙা পৰি খজুৱতি উঠা, চকু ৰঙা পৰা আদি সমস্যাত ভুগি আছে নেকি যদি তেনে হৈছে তেন্তে আপুনি বাৰু কেতিয়াবা আপোনৰI g E ৰ পৰীক্ষা…