পৰম্পৰাগত নাঙল ধোৱা পিঠা

কৰবী গগৈ শর্মা শস্য শ্যামলা অসমৰ সকলো অঞ্চলতে প্রায় মানুহে কৰা প্রধান খেতিয়েই হল ধান খেতি ৷ কৃষিপ্রধান অসম ৰাজ্যৰ সৰহভাগ খেতিয়কে খেতিৰ বাবে বৰষুণৰ ওপৰত নির্ভৰ কৰে ৷ বাৰিষা দক্ষিণ–পশ্চিম মৌচুমী বায়ুৰ প্রভাৱত সমগ্র অসমত যথেষ্ট পৰিমাণে বৰষুণ…

অনিদ্রা আৰু মানসিক স্বাস্থ্য

মৃদুস্মিতা নেওগ অফিচত এটা আগতীয়া দিন ৷ গভীৰ নিশা আমাৰ লেপটপ বা স্মার্টফোনত ই–মেইল চেক কৰা ৷ গভীৰ নিশালৈকে আমাৰ প্রিয় টিভি শ্ববোৰ চোৱা ৷  আৰু তাৰ পিছত আমি পিছদিনা পুৱা সোনকালে উঠো, আকৌ কৰি থাকোঁতে ক্লান্তি অনুভৱ কৰোঁ ৷ আমাৰ বাবে ই এক চিনাকি…

ট্ৰেভেল এণ্ড টুৰিজম

ডঃ  বুলজিৎ বুুাগোহাঁহ ড্রেভেল এণ্ড টুৰিজম (Travel and Tourism) বিশ্বৰ অন্যতম বৃহৎ আৰু দ্রুতগতিত বৃদ্ধি পোৱা উদ্যোগ ৷ এই উদ্যোগটোৰ বৃদ্ধিৰ বাবে ভাৰতত বিশেষ সুযোগ আছে ৷ ভাৰতৰ প্রাকৃতিক আৰু সাংসৃক্তিক সম্পদৰ বৈচিত্র্যই বিভিন্ন পর্যটন সামগ্রী…

বন্ধুত্বঃ এক সীমনাবিহীন যাত্রা

এজন ভাল বন্ধু জীৱনৰ আপুৰুগীয়া সম্পদ ৷ কেতিয়াবা বন্ধু অবিহনে জীৱনটো কল্পনা কৰি পাইছেনে ঠিক যেন এটা ছন্দহীন গান ৷ প্রকৃত বন্ধু জীৱন বাটৰ এনে এটা লয়, যাক এৰি আগুৱাই যোৱা অসম্ভৱ৷ এনে এটা সুখৰ টেবলেট৷ এক মোহিনী বাণ ৷ বন্ধুঃ ঃ অনুপ্রেৰণা উৎঃ …

অভিভাৱকৰ উচ্চাকাংক্ষা

জোনাকী দেৱী কাশ্যপ এটি সন্তান যিয়ে নিজৰ বিফলতাৰ বাবে আত্মহত্যাৰ দৰে ঘটনা সংঘটিত কৰিলে ৷ এটি সন্তান যিয়ে সফলতাৰ জখলাত আগুৱাই অতিৰিক্ত বোজা কঢ়িওৱা যেন অনুভৱ কৰিব ধৰিলে, মনে বিচৰা পাঠ্যক্রম পঢ়িব পোৱা নাই ৷ এনে ঘটনা আমাৰ সমাজত প্রায়ে সংঘটিত…

গুড–বেড কলেষ্টেৰল

ডাঃ প্রাঞ্জল প্রতিম বৰা আমাৰ শৰীৰৰ তেজত উচ্চ মাত্রাত কলেষ্টেৰলৰ (Cholesterol  ) ৰ  উপস্থিতি আৰু ইয়াৰ ফলত হব পৰা সমস্যাৰ বিষয়ে আমি প্রায় বেছিভাগ লোকেহ অলপ হলেও জানো ৷ ভাৰতবর্ষত প্রায় প্রতি তিনিজন লোকৰ মাজত এজন লোকৰ অধিক কলেষ্টেৰলৰ সমস্যা…

বিশ্ব স্তনপান সপ্তাহ

মাতৃসকললৈ এক বার্তা বিপ্লৱ ওজা ১৯৯০ চনৰ ইনোচেণ্ঢি ঘোষণাপত্রৰ স্মৰণত প্রতি ১-৭ আগষ্টত বিশ্ব স্তনপান সপ্তাহ World Breastfeeding Week, WBW উদ্যাপন কৰা হয় ৷ স্বাস্থ্যসেৱা প্রণালী, মহিলা আৰু কাম, মাতৃদুগ্ধ বিকল্পৰ বিপণন সংহিতা, সামূহিক সমর্থন,…

বাতবিষৰ ফিজিথেৰাপী চিকিৎসা

ডাঃ ৰাজীৱ কাশ্যপ বাতবিষ বা ৰিউমেটিক পেইন হৈছে একপ্রকাৰৰ অতি বেদনাদায়ক গাঁঠি বিষ, যত একেলগে কেইবাটাও গাঁঠি আক্রান্ত হয় ৷ ডাঙৰ গাঁঠিত যেনে– আঁঠুৰ গাঁঠি, নিতম্বৰ গাঁঠি আদিতকৈ সৰু সৰু গাঁঠি যেনে– আঙুলিৰ গাঁঠিবোৰ আগতে আক্রান্ত হয় ৷ এই বিষটোৰ…

মেক্সি ড্রেছ

গৰমৰ দিনত এটা আৰামদায়ক পোছাক আমাৰ সকলোৰে প্রিয় ৷ বিশেষকৈ মহিলাসকলে এই বতৰত এটা ফেশ্বনবল সাজসজ্জা বিচাৰে ৷ এইক্ষেত্রত এনে এটা ড্রেছ নিশ্চয় প্রতিগৰাকী মহিলা বা যুৱতীয়ে পছন্দ  কৰে, যিটোৱে গৰমত আৰাম দিয়ে আৰু লগতে নিজকে ষ্টাইলিছ দেখুওৱাত গুৰুত্ব…

ফলমূলৰ বাকলিৰে সৌন্দর্য চর্চা

গীতাশ্রী হাতীবৰুৱা ফলমূলৰ বাকলিও আপোনাৰ–মোৰ সৌন্দর্য চর্চাৰ সামগ্রী হব পাৰে, কেনেকৈ জানো আহক৷ দৈনন্দিন জীৱনত আমি খাদ্যৰ তালিকাত যিকোনো ফল ৰাখোৱেহ নহয় জানো৷ এই ফল আমি খোৱাৰ উপৰি ছাল–চুলিৰ সৌন্দর্য সাধনাতো ব্যৱহাৰ কৰোঁ৷ আমি তাৰ আগতে ফলটোৰ…