ঘৰুৱাভাৱে মসৃণ কৰক ছাল

বর্ণালী ভট্টাচার্য

ছাল ভালকৈ ৰাখিবলৈ হলে আমি কিছু সময় নিজৰ কাৰণে ৰখাটো অতি দৰকাৰী৷ ছালত শালমহনা, এলার্জি আদি নানা সমস্যাৰ পৰা হাত সাৰিবলৈ ছাল অনুযায়ী ছালৰ যত্ন লব লাগে৷ আমাৰ নিজৰ ছালখননো কি তাক জানিবলৈ ঘৰতে নিজে চাব পাৰি৷

পুৱা শুহ উঠি এখন টিচু লৈ নাকৰ কাষত থুঁতৰিত অলপ হেঁচি লাহেকৈ মচি দি যদি টিচুখনত তৈল ভাৱৰ দৰে লাগি আহে জানিব যে আপোনাৰ ছালখন তেলেতীয়া৷

আকৌ যদি নাকৰ কাষত তেল ভাৱ বাকীবোৰত শুকান ভাৱ তেতিয়া জানিব আপোনাৰ ছালখন মিশ্রিত৷

আকৌ যদি টিচুখনত একোৱে লাগি নাহে তেনেহলে আপোনাৰ ছালখন শুকান ছাল হয়৷

নিজৰ ছালখনৰ বিষয়ে সদায় জানি লোৱা উচিত৷ কিয়নো ছাল অনুযায়ীহে মুখত পেক বা ফেচিয়েল আদি কৰিলে সুফল পাব পাৰি৷

শুকান ছালত সাধাৰণতে প্রাকৃতিক তেলৰ পৰিমাণটো কম পৰিমাণে থাকে৷ এনে ছালত সেহবাবে যত্ন বেছিকৈ লব লাগে৷

শুকান ছালত বলিৰেখা সোনকালে পৰা দেখা যায়৷ শুকান ছাল চাফা কৰিবলৈ কেঁচা গাখীৰ বা বেচন ব্যৱহাৰ কৰিব পাৰে৷ নাহবা বেবী ছপ দি মুখ ধুব পাৰে৷ মুখ ধোৱাৰ পিছতskin tonnig ,freshner আদি মুখত লগাব লাগে৷

সদায় মুখ ধোৱাৰ পিছত মুখত সদায় নিজৰ ছাল অনুসৰি মইশ্বৰাইজাৰ লগাব৷ শুকান ছালত বন্ধাকবি কোমল পাত মিহিকৈ পিহি তাত এক চামুচ মৌৰ ৰস মিহলাহ মুখত সপ্তাহত এবাৰকৈ লগালে শুকান ভাৱ বহু পৰিমাণে কম হয়৷ ১৫ মিনিট ৰাখি ঠাণ্ডাপানীৰে মুখ ধুহ দিব৷

ৰাতি শোৱাৰ আগত ভাল কোম্পানীৰ টনাৰ ব্যৱহাৰ কৰিব সদায়৷

ঘৰতে বনাব পৰা কেহটামানcleanger

তেলেতীয়া ছালত অলপ সময় বেচন চাফা পানীত গুলি ১০ মিনিট সানি ৰাখি থব মুখৰ তেলেতীয়া ভাৱ নাহকিয়া হব৷

 ৫টামান আলমন বাদাম তিয়াহ মিহিকৈ পিহি তাৰ লগত মৌ এক চামুচ মিলাহ মুখ ডিঙিত লগাহ ভালদৰে চাফা কৰিব৷ শুকান ছালৰ বাবে  বহুত ভাল৷

অলপ চেনি সতেজ গোলাপৰ পাহি লগত এক চামুচ চেনি ভালদৰে মিহলাহ লৈ মুখত লাহে লাহে সানিব৷ মুখৰ উজ্জ্বলতা অটুট থাকিব৷

দৈৰ লগত বিলাহীৰ ৰস মিহলাহ মিহলাহ মুখত ১০ মিনিট ৰাখি মুখ ধুব৷ মুখৰ উজ্জ্বলতা বািিব৷

কমলাৰ শুকান বাকলিৰ লগত গাখীৰ বেচন মিলাহ ১০ মিনিট সানি ধুহ দিব৷ সপ্তাহত পাৰিলে এহখিনি দুবাৰকৈ কৰিব৷

মুখৰ বলিৰেখা নপৰিবৰ কাৰণে নিজেহ বনাহ লগাব পৰা কেহটামান পেক 

বাদাম তেল দুহ চামুচৰ লগত ভিটামিন অহল দুহ চামুচ, তিনি টোপাল কেমমাহল অহল এহ আটাহখিনি একেলগে মিলাহ এটা আহনাৰ বটলত ভৰাহ এহ মিশ্রণটো মুখৰ বলিৰেখা নপৰাকৈ ৰখাত সহায় কৰে৷

সপ্তাহত দুবাৰমানকৈ পকা অমিতাৰে লাহে লাহে মুখখন মালিচ কৰিব৷

হাতডিঙি পিঠিত গৰমৰ দিনত ৰদে পুৰি দেখাত বৰ বেয়া কৰি দিয়ে৷ এহ দাগসমূহ আঁতৰাবলৈ কেঁচা গাখীৰ কেঁচা হালধিৰ ৰস টেঙা ঘৰত পতা দৈ এহ আটাহবোৰ ভালকৈ মিলাহ পেক বনাহ সদায় পাৰিলে হাতভৰি পিঠি আদি লগাব৷

যিসকলৰ মুখ বৰ বেছি তেলেতীয়া হৈ পৰে তেওঁলোকে দিনটো যিমান পাৰে ঠাণ্ডা পানীৰে মুখখন ধুহ থাকিব৷

ৰাতি শোৱাৰ আগতেsebum controll face wash বা নেমুপানীৰে মুখ ধুহ শুব৷

বেছি শুকান ছালৰ লোকে দিনটোত বহু বেছি পৰিমাণে পানী সতেজ ফলমূল, শাকপাচলি চালাদ খাব৷

Deep moistuizer ৰাতি শোৱাৰ আগত মুখত ভালদৰে সানি শুব৷ মুখৰ শুকান ভাৱ আঁতৰি যাব৷

ফোন  ৯৭০৬০৬২৮৬৩

You might also like
Leave A Reply

Your email address will not be published.