হৰিটেবল বাৱেল ছিনড্রম

হৰিটেবল বাৱেল ছিনড্রম হৈছে পেট আৰু অন্ত্রকো প্রভাৱিত কৰা এক সাধাৰণ বিকাৰ, ইয়াক গেষ্ট্রাইটিছ ড্রেক্স ডিছর্ডাৰ বুলি কোৱা হয় ৷ যিকোনো বয়সতে আহ বি এছ হব পাৰে আৰু ই পুৰুষ আৰু মহিলা সকলোৰে হব পাৰে ৷ হৰিটেবল বাৱেল ছিনড্রম (IBS) হৈছে পাচনতন্ত্রৰ এক সাধাৰণ, দীর্ঘদিনীয়া অৱস্থা ৷ এই অৱস্থা প্রায়ে আজীৱন হয় যদিও সময়ৰ লগে লগে লক্ষণসমূহ সলনি হব পাৰে ৷  সঠিক কৌশলৰ সহায়ত আই বি এছ সফলতাৰে পৰিচালনা কৰিব পৰা যাব ৷ ইয়াৰ লক্ষণসমূহ হল, ক্রেম্পিং, পেটৰ বিষ, পেট ফুলা, গেছ, আৰু ডায়েৰিয়া বা কোষ্ঠকাঠিন্য বা দুয়োটা ৷ আহ বি এছ হৈছে এক দীর্ঘদিনীয়া অৱস্থা, যিটো দীর্ঘম্যাদীভাৱে পৰিচালনা কৰিব লাগে ৷  আই বি এছৰ সাধাৰণ গেষ্ট্রাইটিছ অৱস্থাৰ এক নির্দিষ্ট লক্ষণ ৷ অৱশ্য ইয়াৰ লক্ষণ সকলোৰে বাবে বেলেগ বেলেগ ৷ কিছুমানে ডায়েৰিয়া (IBS-D) আৰু আন কিছুমানৰ কোষ্ঠকাঠিন্যত ভুগিব  (IBS-C) পাৰে ৷

আপুনি প্রায়ে খাদ্য আৰু জীৱনশৈলীৰ পৰিৱর্তনৰ জৰিয়তে লক্ষণসমূহ পৰিচালনা কৰিব পাৰে ৷ আই বি এছৰ লক্ষণসমূহ ভিন্ন হয় যদিও সাধাৰণতে এজনে সন্মুখীন হোৱা সাধাৰণ সমস্যাসমূহ হল, পেটৰ বিষ, ক্রেম্পিং বা পেট ফুলা যিটো বাটিৰ গতি পাছ কৰাৰ সৈতে জড়িত ৷ মলত্যাগ কৰাৰ ৰূপৰ পৰিৱর্তন ৷ কিমান সঘনাহ মলত্যাগ কৰা হয় তাৰ পৰিৱর্তন ৷ কিছুমান খাদ্যৰ প্রতি অসহিষুতা যিয়ে অধিক গুৰুতৰ হব পাৰে ৷ ইয়াতকৈও গুৰুতৰ অৱস্থা যেনেকলন কেঞ্চাৰ, ওজন কমি যোৱা, মলদ্বাৰৰ পৰা ৰক্তক্ষৰণ, আইৰনৰ অভাৱ আদি হব পাৰে ৷ ৰক্তহীনতা, বমি, পুনৰাবৃত্তিমূলক বিষ বা পেটৰ অস্বস্তি ৷ অন্ত্র, মগজুৰ লগত হৰমন আৰু স্নায়ুৰ সংকেতৰ দ্বাৰা সংযুক্ত হৈ থাকে যিবোৰৰ মাজত আগলৈ পিছলৈ যায় ৷ এই সংকেতসমূহে অন্ত্রৰ কার্যকলাপত প্রভাৱ পেলায় আৰু লক্ষণসমূহৰ সূচনা কৰে ৷ এই সমস্যাবোৰৰ বাবে আপোনাৰ পাচনতন্ত্র অতি সংবেদনশীল হৈ পৰে ৷ ইয়াৰ উপৰি আপোনাৰ আন্ত্রিক পেশীবোৰ কেনেকৈ সংকুচিত হয়, তাৰ পৰিৱর্তন ঘটে ৷ আই বি এছে আপোনাৰ শাৰীৰিক স্বাস্থ্যৰ প্রতি কোনো গুৰুতৰ ভাবুকি কঢ়িয়াই নিদিয়ে আৰু আপোনাৰ কেঞ্চাৰ বা অন্যান্য অন্ত্র সম্পর্কীয় অৱস্থাৰ সম্ভাৱনা বৃদ্ধি নকৰে ৷ আই বি এছৰ সঠিক কাৰণ জানিব পৰা হোৱা নাই ৷ ভূমিকা লোৱা যেন লগা কাৰকসমূহৰ ভিতৰত আছেঃ 

অন্ত্র অর্থাৎ intestine পৰামর্শ

পেশীৰ সংকোচন৷ অন্ত্রৰ বেৰত পেশীৰ তৰপ থাকে যিবোৰ আপোনাৰ পাচনতন্ত্রৰ মাজেৰে খাদ্য কঢ়িয়াই নিয়াৰ লগে লগে সংকুচিত হয় ৷ সাধাৰণতকৈ অধিক শক্তিশালী আৰু বেছি দিন অব্যাহত থকা সংকোচনৰ ফলত গেছ, পেট ফুলা আৰু ডায়েৰীয়া হব পাৰে ৷  দুর্বল সংকোচনে খাদ্যৰ গতি লেহেমীয়া কৰি কঠিন, শুকান মলৰ সৃষ্টি কৰিব পাৰে ৷

স্নায়ুতন্ত্র 

আপোনাৰ পাচনতন্ত্রৰ স্নায়ুৰ সমস্যাই গেছ বা মলৰ পৰা পেট টানিলে অস্বস্তিৰ সৃষ্টি কৰিব পাৰে ৷  মগজু আৰু অন্ত্রৰ মাজত দুর্বল সমন্বয়ৰ সংকেতৰ ফলত আপোনাৰ শৰীৰে সাধাৰণতে পাচন প্রক্রিয়াত হোৱা পৰিৱর্তনসমূহৰ প্রতি অতিমাত্রা প্রতিক্রিয়া প্রকাশ কৰিব পাৰে ৷ ইয়াৰ ফলত বিষ, ডায়েৰীয়া বা কোষ্ঠকাঠিন্য হব পাৰে ৷

গুৰুতৰ সংক্রমণ

বেক্টেৰিয়া বা ভাইৰাছৰ ফলত হোৱা তীব্র ডায়েৰীয়াৰ পিছত আই বি এছ হব পাৰে ৷ ইয়াক গেষ্ট্র এণ্টেৰাইটিছ বোলা হয় ৷ আই বি এছ অন্ত্রত বেক্টেৰিয়াৰ উদ্বৃত্তৰ সৈতেও জড়িত হব পাৰে বেক্টেৰিয়াৰ অতিমাত্রা বৃদ্ধি ৷

মানসিক চাপ

বিশেষকৈ শৈশৱত মানসিক চাপৰ পৰিঘটনাৰ সন্মুখীন হোৱা লোকসকলৰ আই বি এছৰ লক্ষণ বেছি হোৱাৰ প্রৱণতা থাকে ৷

আন্ত্রিক অণুজীৱৰ পৰিৱর্তন

উদাহৰণস্বৰূপে বেক্টেৰিয়া, ভেঁকুৰ আৰু ভাহৰাছৰ পৰিৱর্তন, যিবোৰ সাধাৰণতে অন্ত্রত বাস কৰে আৰু স্বাস্থ্যৰ ক্ষেত্রত মূল ভূমিকা পালন কৰে ৷   গৱেষণাৰ পৰা দেখা গৈছে যে আই বি এছ ৰোগীৰ অণুজীৱ আই বি এছ নথকা লোকৰ পৰা পৃথক হব পাৰে ৷

অধিক খাদ্য বাদ দিয়া

বস্তুবোৰ উদ্বেগ, হতাশা আৰু পুষ্টিহীনতাৰ সৈতে অত্যন্ত জড়িত ৷  কিছুমান খাদ্যৰ নির্মূল কৰা যিবোৰ ট্ৰিগাৰ হব পাৰে, সেইবোৰক পুষ্টিৰ অভাৱৰ ক্ষতিপূৰণ দিবলৈ অন্য খাদ্য গোটৰ সৈতে সলনি কৰিব লাগিব ৷  অনিয়মিত খাদ্যাভ্যাসে আই বি এছৰ লক্ষণত অৰিহণা যোগোৱা দেখা যায় ৷

পৰামর্শ

কম সময়ৰ ব্যৱধানত সৰু সৰু আহাৰ গ্রহণ কৰিবলৈ পৰামর্শ দিয়া হয় ৷ নিয়মীয়া খাদ্যৰ ধৰণ গ্রহণ কৰাটো অতি প্রয়োজনীয় আৰু আঁহৰ পৰিপূৰক আই বি এছ খাদ্যৰ এটা অপৰিহার্য উপাদান ৷ দ্রৱণীয় আঁহৰ গ্রহণ বৃদ্ধি আৰু  ক্রমে আই বি এছডি আৰু আই বি এছচি ৰোগীৰ ক্ষেত্রত অদ্রৱণীয় আঁহৰ পৰামর্শ দিয়া হয় ৷ উচ্চ আঁহযুক্ত খাদ্য যেনেঅটছ, কুঁহিয়াৰ, বাজৰা, জবছ টিয়াৰ, বার্লি, খাব পৰা বীজ যেনেফ্লেক্স, চিয়া, হালিম, গোটা দাইল, অংকুৰ, শুকান বীন কোমলকৈ সিজোৱা, ব্রাউন ৰাইচ, গোটা ফলমূল আৰু শাকপাচলি ৷ আহ বি এছৰ চিকিৎসাৰ লক্ষ্য হল এটা ভাল খাদ্যাভ্যাস অনুসৰণ কৰা, নিয়মিত ব্যায়াম কৰা, টোপনি ভাল কৰা অভ্যাস, মানসিক চাপ নিয়ন্ত্রণ আৰু কমFODMAP খাদ্য অনুসৰণ কৰা ৷ FODMAPৰ অর্থ হল কিম্বনযোগ্য অলিগোচেকাৰাইড, ডিচেকাৰাইড, মনোচেকাৰাইড আৰু পলিল ৷ কাৰাইড, মনোচেকাৰাইড আৰু পলিল, যিবোৰ হৈছে চুটি শৃংখলাযুক্ত কার্বহাইড্রেট চেনি যিবোৰ ক্ষুদ্রান্ত্রই বেয়াকৈ শোষণ কৰে ৷ FODMAP খাদ্যই জি আই উন্নত কৰে ৷ আই বি এছ ৰোগীৰ প্রায় ৫২ শতাংশৰ পৰা ৮৬ শতাংশ ৰোগীৰ লক্ষণ দেখা দিয়ে ৷ ডায়েগনষ্টিক ডায়েট, যিয়ে ৰোগীক লক্ষণসমূহ বৃদ্ধি কৰা খাদ্যসমূহ চিনাক্ত কৰাত সহায় কৰে ৷ FODMAP খাদ্য যিবোৰত নূ্যনতম পৰিমাণৰ কিম্বনযোগ্য কার্বহাহড্রেট থাকে, যিয়ে পাচনতন্ত্রৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে ৷ আই বি এছ আৰু অন্যান্য পাচনতন্ত্রৰ বিকাৰগ্রস্ত লোক ৷ এই খাদ্যত সকলো FODMAP ৬ সপ্তাহৰ নিষেধাজ্ঞা থাকে ৷ জি আই লক্ষণসমূহ যদি উন্নত হয়, তেন্তে প্রতিটো খাদ্য গোটক কম পৰিমাণে লেহেমীয়া পর্যায়ত পুনৰ প্রৱর্তন কৰা হয় ৷ ই সহায় কৰে ৷ ৰোগৰ পৰা অহা কোনো ধৰণৰ জটিলতা এৰাই চলাত সহায় কৰিবলৈ আন্ত্রিক স্বাস্থ্যৰ ভাল মনোনিৱেশ কৰা ৷  প্রবায়টিক সমৃদ্ধকে ধৰি  খাদ্য যেনেদৈ, মাখন, মিছ, কিম্বন কৰা চাউল, কিম্বন কৰা বীন নাট্টো,ষ্টু কৰা আপেল আদি কৰিব পাৰে ৷ আই বি এছ থকাজনৰ বাবেও এটা ভাল পছন্দ হব ৷ আহ বি এছ উপযুক্ত খাদ্য পৰিকল্পনা, ট্ৰিগাৰিং ফেক্টৰৰ সঠিক নিদান, পর্যাপ্ত তৰল পদার্থৰে পৰিচালনা কৰিব পাৰি ৷ কেফেইনযুক্ত পানীয় বাদ দি গ্রহণৰ ৰপ্তৰ পৰা ৩ লিটাৰ পৰামর্শ দিয়াকে ধৰি শাৰীৰিক কার্যকলাপত লিপ্ত হোৱা ৷ খাদ্য আঁহ আই বি এছডিৰ বাবে দ্রৱণীয় আৰু আই বি চিচিৰ বাবে অদ্রৱণীয় IBS নিয়ন্ত্রণ কৰাৰ পৰিৱর্তে ইয়াক নিয়ন্ত্রণ কৰি সামগ্রিক স্বাস্থ্য আৰু এক উন্নত জীৱনশৈলীৰ ওপৰত গুৰুত্ব আৰোপ কৰক ৷ কম FODMAP খাদ্যই পেট ফুলা, গেছ বা খিংখিঙীয়া হোৱাৰ দৰে গেষ্ট্রাইটিছৰ সমস্যা সৃষ্টি কৰে ৷

তলৰ তালিকাখনত উচ্চ আৰু নি FODMAP খাদ্যৰ বর্ণনা দিয়া হলঃ 

উচ্চ FODMAP

  • ফলঃ কেঁচা আপেল, আম, নাচপতি, তৰমুজ, টিনত ভৰোৱা ফল, পেকেট ৰস, সতেজ ৰস, শুকান ফল, ফলৰ জাম আৰু জেলী, পীচ, কাষ্টার্ড আপেল, চেৰী, প্লাম ৷
  • শাকপাচলিঃ  কুমলীয়া ডালিম, কেপচিকাম, কচু, কাঁচকোল, স্কোৱাচ, জুচিনি, আদা, বিলাহী, কোমোৰা, আলু, মিঠা আলু, জিকা, বিলাহী, সেউজীয়া বীন, ধনিয়াৰ পাত ৷
  • গাখীৰ আৰু গাখীৰৰ পৰা তৈয়াৰী সামগ্রীঃ সকলো সম্পূর্ণ চর্বিযুক্ত গাখীৰ আৰু গাখীৰৰ সামগ্রী যেনে মাখন, ঘিউ, ডাল্ডা, মেয়নেজ, পনিৰ, ক্রীম, আইচক্রীম, গাখীৰৰ চাহ, গাখীৰ  পাউডাৰ, ৱেই প্রডাক্ট ৷
  • শস্যঃ  ঘেঁহুৰ সামগ্রী, ৰাগী, বাজৰা, অটছ, ডালিয়া, ব্রেড, বান, পিজ্জা, বেকাৰীৰ সামগ্রী, মুছলি, বার্লি মাহজাতীয় শস্যশুকান বীন, সৰিয়হ, বীন, মচুৰ দাহল, মিক্স ডাল ৷
  • মিঠাহঃ  কৃত্রিম মিঠাহ, কর্ন চিৰাপ, মৌ, চেনি, মাচ্টজ ভিত্তিক স্বাস্থ্য পানীয় ৷ 

নিম্ন FODMAP

  • ফলঃ  কল, ব্লুবেৰী, ক্রেনবেৰী, আঙুৰ, কমলা, কিউহ, নেমু, পেচন ফ্রুট, ৰাস্পবেৰী, ষ্ট্রবেৰী, বগৰী, আনাৰস ৷
  • শাকপাচলিঃ  ফুলকবি, ব্রকলি,  পিঁয়াজ, নহৰু, চালাড, ভেণ্ডি, বুটমাহ, মিঠা গোমধান ৷
  • শাকপাচলিঃ কুমলীয়া ডালিম, কেপচিকাম, কচু, কাঁচকোল, স্কোৱাচ, আদা, বিলাহী, কোমোৰা, আলু, মিঠা আলু, জিকা, বিলাহী, সেউজীয়া বীন, ধনিয়াৰ পাত
  • গাখীৰ আৰু গাখীৰৰ পৰা উৎপাদিত সামগ্রীঃ চর্বিহীন গাখীৰ, সৰিয়হ  গাখীৰ, আলমণ্ড গাখীৰ, স্কিমড পানীৰ, লেক্টজমুক্ত দৈ ৷
  • শস্যঃ  চাউল, কুইনোয়া, বাকৱেট, কুঁহিয়াৰ, বাজৰা, কুট্টু আটা, ব্রাউন ৰাইচ আৰু ইয়াৰ উৎপাদিত সামগ্রী, মাহজাতীয় শস্য, মগু দাইল, ৰহৰ দাইল, ছালবিহীন কলা দাইল ৷
  • মিঠাহঃ মেপেল চিৰাপ, সৰু পৰিমাণৰ গুড, ষ্টেভিয়া, গ্লুকজ৷

You might also like

Comments are closed, but trackbacks and pingbacks are open.