দৈনিক ৰাশিফল ২২ জুন ২০২৬

9

৭ আহাৰ, সোমবাৰ, ইং ২২ জুন ২০২৬

১.মেষ ৰাশি(অ,আ,ল): আপুনি আজি প্ৰায় সফল হʼব, শুভবাৰ্তা লাভ কৰিব । বহুতো ব্যক্তি লগত সংযোগ হʼব আপোনাৰ ৷ আপোনাৰ প্ৰেম সম্পর্কক মনোযোগ দিব ৷ প্ৰশংসা লাভ কৰিব ৷

২.বৃষ ৰাশি(উ,ঊ,ই,এ,ও,ব): কৰ্ম-ব্যৱসায়ীৰ লক্ষ্যত সফল হʼব ৷ আপোনাৰ বিচাৰধাৰা আৰু আলোচনাৰ বহুত লাভ হʼব, বিঘিনিবোৰ আঁতৰ হʼব ৷ কঠোৰ পৰিশ্ৰমৰ বাবে আনন্দিত হʼব ৷ আপোনাৰ আজি ভাগ্য ভাল ৷ ধন-সম্পত্তিৰ পৰা সময়ত অধিক ধন উপাৰ্জন কৰিব ৷ জ্যেষ্ঠৰ পৰা পৰামৰ্শ লোৱা ভাল হʼব ৷ কৰ্ম জীৱনত ভাল বন্ধু লাভ হʼব ৷

৩.মিথুন ৰাশি(ক,ঘ,ঙ,ছ): আপুনি আজি আৱেগিক চিন্তাধাৰাবোৰৰ সৈতে যুঁজিব ৷ তৰ্ক-বিতৰ্ক হʼব পাৰে ৷ শান্ত হৈ থাকিবলৈ পৰামৰ্শ দিয়া হৈছে ৷ আপুনি লʼৰা-ছোৱালীৰ স্বাস্থ্য ভালে ৰখাত মনোযোগ দিব ৷ ল’ৰা-ছোৱালীক সন্মান কৰিবলৈ শিকোৱাটো পিতৃ-মাতৃসকলৰ বাবে গুৰুত্বপূৰ্ণ কাৰ্য ৷

৪.কৰ্কট ৰাশি(ড,হ): আজি আপোনাৰ টকা-পইচা অনিশ্চিত হʼব পাৰে ৷ খৰচ বৃদ্ধি হʼব পাৰে, কর্মৰ প্ৰবল হেঁচা আৰু কঠোৰ পৰিশ্ৰম কৰিব লাগিব । তথাপিও আপুনি প্ৰায় সফল হʼব ৷ কর্ম প্রতিযোগিতাত কিন্তু বিফল হʼব, মনোযোগ দিব ৷

৫.সিংহ ৰাশি (ম,ট): আপোনাৰ কঠিন দিন হʼব পাৰে ৷ আপোনাৰ খেলিমেলি হʼব পাৰে ৷ আপুনি এলেহুৱা-নিৰুৎসাহিত হৈ পৰিব পাৰে, কাৰ্য কর্ম প্ৰভাৱান্বিত হʼব ৷ তথাপিও সতৰ্কতা অৱলম্বন কৰা উচিত ৷

৬.কন্যা ৰাশি(ঠ,প,ন): আজি আপুনি পৰামর্শ মতে আপোনাৰ নিজৰ কর্মত মনোযোগ দিব, প্ৰায় সফল হʼব ৷ আপুনি নিজৰ মতে চাব আপুনি সফল হʼব ৷ আজি পৰিয়ালৰ লগত আপোনাৰ প্ৰেমৰ সম্পর্ক ভাল হʼব ৷

৭.তুলা ৰাশি(ৰ,ত): কঠোৰ পৰিশ্ৰমৰ ফল নাপাব পাৰে ৷ আপোনাৰ সন্ধিয়া সৰু যাত্রা হʼব পাৰে ৷ সন্ধিয়ালৈ আপোনাৰ আশাৰ আৰু আনন্দৰ দিন হʼব ৷ ভাল কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব, সফল হʼব ৷ আজি কোনো লাভ বা ক্ষতি নাই । আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ভাল সফল হʼব ৷

৮.বৃশ্চিক ৰাশি(ন,য): আপুনি আপোনাৰ নিজৰ ব্যৱসায়ত মনোযোগ দিব ৷ অধিক পেশাদাৰী কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব, লক্ষ্য সফল হʼব ৷ কৰ্ম জীৱনত ভাল পদোন্নতি হʼব পাৰে ৷ আপোনাক নতুন কৰ্ম লক্ষ্য প্ৰদান কৰিব পাৰে ৷

৯.ধনু ৰাশি(ধ,ভ,ঢ,ফ,ড়,ঢ়): নতুন গ্রাহক লাভ হʼব ৷ হতাশা নহ’ব, পুনৰ চেষ্টা কৰিব ৷ আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল পাব ৷ যিজনে ধৈৰ্য্যশীল হয় তেওঁ লাভৱান হ’ব ৷ হতাশা নহব, পুনৰ চেষ্টা কৰিব ৷

১০.মকৰ ৰাশি(খ,জ): প্রিয় দিন হʼব ৷ নিজৰ ভালৰ বাবে কোনো পলম নকৰাকৈ নিজেই পদক্ষেপ লোৱা উচিত । সন্ধিয়া আপুনি আপোনাৰ নিজৰ প্ৰেমৰ লগত কটাব ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব, সফল হʼব ৷

১১.কুম্ভ ৰাশি(গ,শ,ষ,স): আপোনাৰ খং-ৰাগৰ বাবে সম্পর্কত প্ৰভাৱ পৰিব পাৰে ৷ কর্মত শান্ত হৈ থাকিবলৈ পৰামৰ্শ দিয়া হৈছে ৷ আপোনাৰ সহকৰ্মীয়ে কাৰ্যভাৰ সম্পূৰ্ণ নকৰিব ৷ কৰ্মত বেছি মনোযোগ দিবলগীয়া হʼব, সফল হʼব ৷ কঠোৰ পৰিশ্ৰম কৰিব, সফল হʼব ৷

১২.মীন ৰাশি(চ,ঝ,ঞ,থ,দ): দিনটো পৰিয়ালৰ লগত প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ প্রিয় দিন হʼব ৷ প্ৰেমৰ সম্পর্ক ভাল হʼব ৷ নিজৰ ওপৰত আশ্বাস ভাৰসা ৰাখক, নিশ্চয়তা সফল হ’ব ৷

You might also like

Comments are closed, but trackbacks and pingbacks are open.