৮ ফাগুন, শনিবাৰ , ইং ২১ ফেব্ৰুৱাৰী ২০২৬
১.মেষ ৰাশি(অ,আ,ল): মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত হাতলৈ ধন- সম্পত্তি আহিব, শিক্ষক সকলৰ সুনাম বাঢ়িব, লগতে আজি আপোনাৰ ব্যৱসায়িক ভাৱে লাভাৱান্বিত হোৱাৰ যোগ দেখা যায়।
২.বৃষ ৰাশি(উ,ঊ,ই,এ,ও,ব): বৃষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত সামান্য ধন- সম্পত্তি নাটনি হ’ব পাৰে, লগতে আজি আপুনি কৰ্মত সজাগ নহ’লে সামান্য বিপদৰ সন্মুখীন হোৱাৰ যোগ দেখা যায়।
৩.মিথুন ৰাশি(ক,ঘ,ঙ,ছ): মিথুন ৰাশিৰ জাতক -জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত নতুন যোগাযোগ হ’ব যদিও আজি আপুনি সজাগ নহ’লে দেহ মন সামান্য দুৰ্বল হ’ব পাৰে লগতে আজি আপোনাৰ মনৰ আশা ভংগ হোৱাৰ যোগ দেখা যায়।
৪.কৰ্কট ৰাশি(ড,হ): কৰ্কট ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত আনৰ পৰা সহায় সহযোগিতা লাভ কৰিব, প্ৰিয় ব্যক্তিৰ আগমনৰ হ’ব , যদিও আজি আপুনি সজাগ নহ’লে সামান্য মনত চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৫.সিংহ ৰাশি (ম,ট): সিংহ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণত সফলতা লাভ কৰিব যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত সামান্য জটিলতা আহিব পাৰে লগতে আজি আপুনি সজাগ নহ’লে সামান্য খৰছ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৬.কন্যা ৰাশি(ঠ,প,ন): কন্যা ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত হঠাতে হাতলৈ ধন- সম্পত্তি আহিব যদিও আজি আপুনি সজাগ নহ’লে কৰ্মত জটিলতা আহিব পাৰে, লগতে আজি আপুনি সামান্য ক্ষতি সন্মুখীন হোৱাৰ যোগ দেখা যায়।
৭.তুলা ৰাশি(ৰ,ত): তুলা ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ধন- সম্পত্তি বাঢ়িব, শুভ কৰ্মলৈ মনোনিৱেশ হ’ব, ব্যৱসায় বানিজ্যত সফলতা লাভ কৰিব লগতে আজি আপোনাৰ প্ৰেম আনন্দ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
৮.বৃশ্চিক ৰাশি(ন,য): বৃশ্চিক ৰাশিৰ জাতক – জাতিকা সকলৰ আজিৰ দিনটোত নতুন নতুন কৰ্ম কৌশল আয়ত্ব কৰিবলৈ সক্ষম হব ব্যস্ততাৰ মাজেৰে দিনটো পাৰ হব যদিও আজি আপুনি সজাগ নহ’লে সামান্য ভুল বুজাবুজিৰ বা ভুল সিদ্ধান্ত গ্ৰহণ কৰা যোগ দেখা যায়।
৯.ধনু ৰাশি(ধ,ভ,ঢ,ফ,ড়,ঢ়): ধনু ৰাশিৰ জাতক-জাতিকা সকলে আজিৰ দিনটোত যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকৰ ব্যস্ততা বাঢ়িব, যদিও আজি আপুনি সজাগ নহ’লে শৰীৰত সামান্য ৰোগ বাঢ়িব পাৰে লগতে আজি আপোনাতকৈ কনিষ্ঠ ব্যক্তিৰ পৰা কৰ্মৰ সাৱধান হোৱাটো ভাল হ’ব নহ’লে সামান্য ক্ষতিৰ সন্মূখীন হোৱাৰ যোগ দেখা যায়।
১০.মকৰ ৰাশি(খ,জ): মকৰ ৰাশি জাতক-জাতিকা সকলৰ আজিৰ দিনটোত ভ্ৰমণৰ সুযোগ লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে মনৰ আনন্দ হ্ৰাস হ’ব পাৰে লগতে আজি আপোনাৰ শৰীৰত সামান্য ৰোগ বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
১১.কুম্ভ ৰাশি(গ,শ,ষ,স): কুম্ভ ৰাশিৰ জাতক-জাতিকা সকলৰ আজি দিনটোত ঘৰলৈ আত্মীয় পৰিয়ালৰ আগমন হ’ব, যদিও আজি আপুনি সজাগ নহ’লে দ্ৰব্য হানি হ’ব পাৰে লগতে আজি আপোনাৰ সৰু সুৰা কথাতে মনত সামান্য হতাশাৰ ভাৱ সৃষ্টি হোৱাৰ যোগ দেখা যায়।
১২.মীন ৰাশি(চ,ঝ,ঞ,থ,দ): মীন ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত কৰ্মত আনৰ পৰা প্ৰসংসা লাভ কৰিব, যদিও আজি আপুনি সজাগ নহ’লে দেহ মনত সামান্য এলাহ ভাৱ বাঢ়িব পাৰে লগতে আজি আপোনাৰ সৰু সুৰা কথাতে মনত সামান্য চিন্তা বৃদ্ধি হোৱাৰ যোগ দেখা যায়।
Comments are closed, but trackbacks and pingbacks are open.