দৈনিক ৰাশিফল ১৩ এপ্ৰিল ২০২৬

32

২৯ চ’ত, সোমবাৰ, ইং ১৩ এপ্ৰিল ২০২৬

১.মেষ ৰাশি(অ,আ,ল): আজি আর্থিক ক্ষেত্ৰত উন্নত পৰিৱেশ। দিনৰ ১২ বজাৰ পিছতহে যাত্ৰা কৰিব। দাম্পত্যত শুভ। বিদ্যাত উন্নতি। প্ৰেমত সাৱধান। শুভ ৰং হালধীয়া, শুভ ৰং ২।

২.বৃষ ৰাশি(উ,ঊ,ই,এ,ও,ব): আজি কৰ্মক্ষেত্ৰত জটিলতা আছে। পৰাপক্ষত যাত্ৰা নকৰাই ভাল হ’ব। ব্যৱসায়ত সফলতা লাভ কৰিব। বিদ্যাত বাধা। প্ৰেমত শুভ। শুভ ৰং ৰঙা, শুভ সংখ্যা ৬।

৩.মিথুন ৰাশি(ক,ঘ,ঙ,ছ): আজি শুভ কাম আৰম্ভ কৰিব পাৰে। নতুন ব্যৱসায়ৰ আৰম্ভ কৰিব পাৰিব। বিবাহৰ যোগাযোগত বাধা। প্ৰেমত মতবিৰোধ। শুভ ৰং কমলা, শুভ সংখ্যা ১।

৪.কৰ্কট ৰাশি(ড,হ): আজি ব্যৱসায়ত আয়ৰ পথ মুকলি হ’ব৷ পুৱা যাত্ৰা কৰিব পাৰে। সহযোগী বন্ধুৰ পৰা আনন্দ পাব। বিদ্যাত মনোযোগৰ দৰকাৰ। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ৩।

৫.সিংহ ৰাশি (ম,ট): আজি কৰ্মক্ষেত্ৰত সফলতাৰ বাবে যথেষ্ট কৰিব লাগিব৷ যাত্ৰা সন্ধিয়া পাঁচ বজাৰ পিছত নকৰিব।বন্ধুবৰ্গৰ পৰা সহায় লাভ কৰিব। প্ৰেমত সাৱধান। শুভ ৰং গুলপীয়া শুভ সংখ্যা ৫।

৬.কন্যা ৰাশি(ঠ,প,ন): আজি পাৰিবাৰিক জীৱনত স্বামী-স্ত্ৰীৰ মাজত মতানৈক্য হ’ব পাৰে। পৰাপক্ষত যাত্রা নকৰাই ভাল হ’ব। নতুন ব্যৱসায়ৰ আৰম্ভ কৰিব পাৰে। শুভ ৰং বগা, শুভ সংখ্যা ৭।

৭.তুলা ৰাশি(ৰ,ত): আজি কৰ্মক্ষেত্ৰত ডন্নতিৰ যোগ আছে। কোনো সমস্যাৰ সমাধান হ’ব৷ যাত্ৰাৰ বাবে শুভ। ব্যৱসায়-বাণিজ্যত লোকচানৰ সম্ভাৱনা। প্ৰেমত ডৎসাহ। শুভ ৰং ক’লা, শুভ সংখ্যা ২।

৮.বৃশ্চিক ৰাশি(ন,য): আজি ব্যৱসায়ত কঠিন পৰিশ্ৰমৰ অন্তত দিনটোত সফলতা। বিদ্যাৰ্থীসকলৰ শুভ ফল। ভ্ৰমণত বাধা। বিবাহৰ যোগাযোগত শুভ। শুভ ৰং নীলা, শুভ সংখ্যা ৮।

৯.ধনু ৰাশি(ধ,ভ,ঢ,ফ,ড়,ঢ়): আজি কৰ্মস্থানত নিজৰ অস্তিত্ব বজাই থাকিব। পুৰণি ৰোগৰ উপশম ঘটিব৷ পুৱাৰ ভাগত যাত্ৰা কৰিব। প্ৰেমত বিশ্বাসঘাতকতা। শুভ ৰং ক্রীম, শুভ সংখ্যা ৩।

১০.মকৰ ৰাশি(খ,জ): আজি উত্তৰ দিশত যাত্ৰা নকৰিব। বিদ্যাত শুভ। শৰীৰ মধ্যম। আৰ্থিকত উন্নতি বৃদ্ধিৰ যোগ। ব্যৱসায়ত বাধা। সন্তানৰ প্ৰতি লক্ষ্য ৰখা উচিত। শুভ ৰং মেৰুন, শুভ সংখ্যা ২।

১১.কুম্ভ ৰাশি(গ,শ,ষ,স): আজি ব্যৱসায়ত আয়ৰ পথ মুকলি হ’ব। ঘৰুৱাত শুভ। বন্ধুৰ পৰা সতর্ক থাকিব। বিদ্যার্থীসকলে ভবা মতে ফল নাপাব। প্ৰেমত শুভ। শুভ ৰং সোণালী, শুভ সংখ্যা ৮।

১২.মীন ৰাশি(চ,ঝ,ঞ,থ,দ): আজি কথা-বতৰাত সতর্কতাৰ প্ৰয়োজন। বিদ্যাত শুভ। যাত্ৰাৰ বাবে শুভ। ঘৰলৈ আলহীৰ আগমনৰ ফলত মন আনন্দিত হ’ব। প্ৰেমৰ ক্ষেত্ৰত সুখী হ’ব নোৱাৰিব। শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ৪।

You might also like

Comments are closed, but trackbacks and pingbacks are open.