২৭ ব’হাগ, সোমবাৰ, ইং ১১ মে’ ২০২৬
১.মেষ ৰাশি(অ,আ,ল): আজি যিকোনো শুভ কৰ্মৰ পৰা বিৰত থাকক। হাতলৈ ধন আগমনৰ সম্ভাৱনা। ব্যৱসায়ত উন্নতি। তীৰ্থ ভ্ৰমণৰ যোগ। প্ৰেমত কষ্ট। শুভ ৰং হালধীয়া, শুভ সংখ্যা ১।
২.বৃষ ৰাশি(উ,ঊ,ই,এ,ও,ব): আজি কর্মক্ষেত্র সূত্রে বিদেশ যাত্ৰাৰ যোগ আছে। নিবনুৱাসকলৰ বাবে কৰ্মপ্ৰাপ্তিত বাধা। বিবাহৰ যোগাযোগত শুভ। প্ৰেমত সাৱধান। শুভ ৰং ৰঙা, শুভ সংখ্যা ৮।
৩.মিথুন ৰাশি(ক,ঘ,ঙ,ছ): আজি নতুন সংবাদ পাব পাৰে। যাত্ৰা কৰিলে দুপৰীয়া ১২ বজাৰ পিছত কৰিব। ব্যৱসায়ত বাধা। বিদ্যার্থীসকলে ভবা ফল নাপাব। প্ৰেমত শুভ। শুভ ৰং মেৰুন, শুভ সংখ্যা ২।
৪.কৰ্কট ৰাশি(ড,হ): আজি অর্থপ্রাপ্তিৰ ক্ষেত্ৰত সৰু-সুৰা বাধাৰ সন্মুখীন। শিক্ষাৰ্থীৰ ক্ষেত্ৰত সতর্ক থাকক। মাটি-বাৰীক লৈ চিন্তা। শুভ ৰং গুলপীয়া, শুভ সংখ্যা ৫।
৫.সিংহ ৰাশি (ম,ট): আজি কৰ্মস্থানত অত্যধিক কামৰ প্ৰভাৱ পৰিব। আর্থিকত উন্নতি। শৰীৰৰ প্ৰতি যত্ন লোৱা উচিত। সন্তানৰ শুভ। প্ৰেমত সন্দেহ। শুভ ৰং ক’লা, শুভ সংখ্যা ৯।
৬.কন্যা ৰাশি(ঠ,প,ন): আজি দূৰ সংবাদে আনন্দিত কৰিব পাৰে। ভ্ৰমণত শুভ। আর্থিক দিশত মধ্যম। চলা-ফুৰাত সাৱধান। প্ৰেমত আনন্দ। শুভ ৰং সোণালী, শুভ সংখ্যা ৩।
৭.তুলা ৰাশি(ৰ,ত): জ্বৰ, কাহ হ’ব পাৰে। কৰ্মস্থানত পদোন্নতিৰ যোগ। ঘৰলৈ মূল্যৱান বস্তু আহিব পাৰে। বিদ্যাত মধ্যম। প্ৰেমত বিবাহৰ যোগ। শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ২।
৮.বৃশ্চিক ৰাশি(ন,য): আজি অর্থ আগমনত বাধাৰ সৃষ্টি হ’ব পাৰে। আকস্মিকভাৱে হোৱা ঘটনাই আনন্দিত কৰিব। শৰীৰ অশুভ। বিদ্যাত উন্নতি। দাম্পত্যত সুখ। শুভ ৰং নীলা, শুভ সংখ্যা ৬।
৯.ধনু ৰাশি(ধ,ভ,ঢ,ফ,ড়,ঢ়): আজি শৰীৰৰ প্ৰতি যত্ন লোৱা প্ৰয়োজন। মানসিক অশান্তিত ভুগিব পাৰে৷ যাত্ৰা কৰিলে পূব দিশৰ পৰা কৰিব। কৰ্মত উন্নতি। শুভ ৰং ছিলভাৰ, শুভ সংখ্যা ৫।
১০.মকৰ ৰাশি(খ,জ): আজি চলা-ফুৰা কৰোঁতে সাৱধান হ’ব। বিদ্যার্থীসকলে মনোযোগ দিব লাগিব। স্বাস্থ্যৰ প্ৰতি যত্ন ল’ব। কর্মক্ষেত্ৰত ব্যস্ততা বৃদ্ধি পাব। প্ৰেমত উৎসাহ। শুভ ৰং সেউজীয়া, শুভ সংখ্যা ২।
১১.কুম্ভ ৰাশি(গ,শ,ষ,স): আজি কৰ্মত উন্নতিৰ যোগ। শিক্ষাৰ্থীৰ বাবে মধ্যম। দুৰ্ঘটনাৰ সম্ভাৱনা, গতিকে সাৱধান। ওচৰ-চুবুৰীয়াৰ লগত মতবিৰোধ হ’ব পাৰে। প্ৰেমত বাধা। শুভ ৰং কমলা, শুভ সংখ্যা ৮।
১২.মীন ৰাশি(চ,ঝ,ঞ,থ,দ): আজি কৰ্মত বাধা দেখা যায়। যিকোনো কাম কৰাৰ আগতে ভাবি-চিন্তি আগবাঢ়ক। অচিনাকি ব্যক্তিৰ পৰা সাৱধান। শুভ ৰং বগা, শুভ সংখ্যা ৫।
Comments are closed, but trackbacks and pingbacks are open.