সেউজ সোণ এভ’কাডো এবিধ সুস্বাদু ফল আৰু সু-স্বাস্থ্যৰ গুপ্ত ধন
পিংকি বৰুৱা
স্বাস্থ্যৰ বাবে ফলমূলৰ ভূমিকা অত্যন্ত গুৰুত্বপূর্ণ। ফলমূলত প্ৰচুৰ পৰিমাণে ভিটামিন, খনিজ, আঁহ, মিনাৰেল আদি থাকে, যিয়ে আমাৰ শৰীৰ সুস্থ ৰখাত সহায় কৰে। বতৰৰ ফল যেনে আম, কল, কমলা, আঙুৰ, অমিতা, আপেল, মধুৰিআম, বেৰীজাতীয় ফল, কিৱি আদি…