গ্ৰীষ্মকালীন মেকআপ
অজন্তা উপমন্যু
গ্ৰীষ্মকাল মানেই ঘামেৰে লুটুৰি পুটুৰি ছাল তাৰোপৰি আকৌ অতিৰিক্ত তেলেতীয়া ছাল। তাতে আকৌ মাজে মাজে বিয়া, জন্ম দিন, পাৰ্টি আদিলৈও যাব লগীয়া হয়। গৰম বুলিতো আৰু মেকআপ অকনমান নকৰাকৈ কেনেকৈ যাব পাৰি । কিন্তু সমস্যা হ'ল কি ধৰণৰ…