দৈনিক ৰাশিফল ১২ মে ২০২৬
২৮ ব'হাগ, মঙলবাৰ, ইং ১২ মে' ২০২৬
১.মেষ ৰাশি(অ,আ,ল): মেষ ৰাশিৰ জাতক-জাতিকা সকলৰ আজিৰ দিনটোত শত্ৰু নাশ হব , প্ৰেমত শুভ বুলি কব পাৰি, যদিও আজি আপুনি সজাগ নহ'লে কৰ্মত সৰু সুৰা বাধাৰ সৃষ্টি হোৱাৰ যোগ দেখা যায়।
২.বৃষ ৰাশি(উ,ঊ,ই,এ,ও,ব): বৃষ…