বিবাহৰ ফটোগ্রাফী এক অনন্য কলা

বর্ণালী এছ ডেকা বিয়া বুলি কলেই আমাৰ বহুতো সপোন থাকে ৷ বিয়া বুলি কলেই সীমাহীন কল্পনা ৷ বিয়াৰ হাজাৰটা পৰিকল্পনাৰ মাজত ফটোগ্রাফী অন্যতম ৷ বিয়াৰ প্রায় ছয় মাহ পূর্বৰে পৰাই দৰা–কহনাই ফটোগ্রাফৰ লগত কথা–বতৰা পাতে বা একপ্রকাৰ কোন ফটোগ্রাফাৰ লব…

চলিত বর্ষৰ নবেল বঁটাপ্রাপক

প্রীতিৰেখা বর্মন কলিতা প্রত্যাশিতভাৱেই ঘোষণা কৰা হল চলিত বর্ষৰ নবেল বঁটাপ্রাপকৰ নাম ৷ সন্মানীয় নবেল বঁটাৰ বাবে সকলোৱে আগ্রহেৰে বাট চাই ৰোৱাৰ মুহূর্তে ৰয়েল ছুইডিছ একাডেমীয়ে নবেল বঁটাপ্রাপকৰ নাম ঘোষণা কৰে ৷ সেই অনুসৰি নার্গেছ মহম্মদীলৈ…

ডিজিটেল অভিমান

ফাৰনাজ নার্গিছ কৰিম হাতৰ মুঠিতেই পৃথিৱীখন৷ এৰা, হাত–ভৰি নোহোৱা হোৱা মানে আপোনাক মোক আবদ্ধ কৰি ৰখা মবাইলটোৰ কথা কৈছোঁ ৷ যাৰ অবিহনে খোৱা–লোৱা, চলা–ফিৰা বা বেছিভাগ কামেই নচলা হৈছে ৷ ভাবিব নোৱাৰাকৈয়ে আমি পাৰ কৰি পেলাওঁ ঘণ্টাৰ পিছত ঘণ্টা,…

মিয়াৱাকী কৌশল, অৰণ্য নির্মাণ আৰু আমাৰ কৰণীয়

ঊষাৰাণী শর্মা ৰাখো যদি বননি অতি সযতনে, মিলিব অপাৰ সুখ প্রতি ঘৰে ঘৰে, ধবংস যজ্ঞ যদি হয় সমাপ্ত, ৰচিব পাৰিব সবে সুখৰ সপোন ৷ মাটি ফুটি ওলায় গজালি ৷ সৃষ্টিৰ আদিতে যাত্রা অনাদিকালৰ চিৰপ্রহৰী ৷ সৃষ্টিৰ বাটেৰে ৰূপান্তৰেদি ৰূপলৈ নতুন সৃষ্টি…

উদ্ভট গডোৰ কাৰণে অন্তহীন অপেক্ষা

নিজৰা ৰাজকুমাৰী "If at first an idea isn't absurd, there is no hope for it."কত পঢ়িছিলো পাহৰিলো, কিন্তু উক্তিটো যে সত্য, সেয়া পূৰামাত্রাই অনুভৱ কৰি আহিছেছা ৷ জীৱনৰ পৰা জানো নাটক বিচ্ছিন্ন ওঁহো, মুঠেও নহয় ৷ জীৱনৰ এচকলকেই আমি নাটকত দেখা পাওঁ…

ৰেচিপি

পিংকি বৰুৱা দহিকচুৰ লগত ব্রইলাৰ মাংসৰ জুতি উপকৰণঃ দহিকচু দুডাল ব্রইলাৰ মাংস ৫০০ গ্রাম বিলাহী দুটা আলু এটা পিঁয়াজ দুটা তেজপাত দুখিলা আদা–নহৰুৰ পেষ্ট দুই  চামুচ মিঠাতেল জোখমতে পানী আধাকাপ নিমখ জোখমতে হালধি এক চামুচ জিৰাগুড়ি…

ফাইব্রমিয়াল্জিয়া আৰু মাংসপেশীৰ বিষ

প্রাঞ্জলপ্রতিম বৰা ভাৰতবর্ষৰ প্রায় দুইৰ পৰা চাৰি শতাংশ লোকৰ মাজত দেখা পোৱা শৰীৰৰ যিকোনো অংশত হৈ থকা নেৰানেপেৰা বিষৰ কাৰণ হল   ফাইব্রমিয়াল্জিয়া (Fibromyalgia) ৷ বিশেষকৈ ৩০ৰ পৰা ৫০ বছৰৰ ভিতৰত মধ্যম বয়সৰ লোকসকলৰ মাজত বিশেষভাৱে দেখা যায় ৷…

তৰাছ হাজবেণ্ড – ক্লান্ত সময়ৰ এক অকথিত কাহিনী

পূবালী বৰা আন্তর্জাতিক খ্যাতিসম্পন্ন চলচিচত্র পৰিচালিকা অসম গৌৰৱ ৰীমা দাসৰ শেহতীয়া কথাছবি তৰাছ হাজবেণ্ড অসমীয়া চলচিত্র জগতত এক অভিনৱ সংযোজন ৷ বিগত প্রায় দুটা বছৰত কভিড মহামাৰীয়ে বিশ্বৰ প্রতিজন মানুহৰে জীৱনৰ ছন্দপতন ঘটাইছিল ৷ সেই বিষয়টোৰ…

শীতত নিজৰ যতন

বর্ণালী ভট্টাচার্য শীতৰ অনুভৱ আমি কেইবাদিনো বৰষুণ দি থাকিলে অনুভৱ কৰোঁ ৷ এই শীতৰ আগমনৰ সময়ছোৱাত আমি নিজকে কেনেধৰণে যত্ন লব লাগিব, তাৰে সামান্য দিহা আগবঢ়ালোঁ ৷ বর্তমান গৰম ৷ কম পৰিমাণে বৰষুণ এজাক আহিলে শীতৰ ভাব এটা আমাৰ লাগে ৷ গৰম, ঠাণ্ডা…

সভ্যতাৰ খোজবোৰ

অৰণ্যৰ পৰা বিজ্ঞানাগাৰলৈ পল্লৱী শহকীয়া সভ্যতাৰ আভিধানিক অর্থ হল কোনো জাতি, দেশ বা যুগৰ উন্নত বা বিকাশপ্রাপ্ত জীৱন–যাপনৰ পদ্ধতি ৷ বুদ্ধি আৰু মানৱতাৰ প্রলেপেৰে যিদিনাহ মানুহে আধাপশুৰ পৰা মানুহ হবলৈ প্রয়াস কৰিলে সভ্যতাৰ জন্মও ঠিক তেতিয়াই হল…