সৃষ্টিৰাজিৰ এক চমু আলোকপাত
এলি আহমেদ
বর্ণালী কটকী ওজা
অসমৰ আকাশৰ এটি সুৰীয়া গীতৰ নাম এলি আহমেদ, কবিতা কবিতা লগা স্নিগ্ধ এছাটি সুবাসৰ নাম এলি আহমেদ হয়তো বিশ্ববিজয়ী শিল্পী ভূপেন হাজৰিকাই তেওঁক মৰমতে মাতিছিল ৰং বুলি, পখিলা বুলি মাতিছিল নলিনীবালা দেৱীয়ে নির্মলপ্রভা…