চমৎকাৰ সাফল্যৰে দৃশ্যম–চ্

প্রণৱ জ্যোতি মহন্ত গান্ধীজী আৰু লালবাহাদুৰ শাস্ত্রীৰ মাজত কিবা এটা মিল আছে ৷  আপুনি জানেনে সেই সাধাৰণ মিলটোৰ কথা সেয়া হৈছে তেওঁলোক দুয়োগৰাকীৰে জন্মজয়ন্তী ২ অক্টোবৰত ৷ কিন্তু ২ অক্টোবৰত আৰু এটা ঘটনা ঘটিছিল ৷ মনত আছেনে চিন্ময়ানন্দৰ সৎসংগ…

লেডী সিংঘমৰ চৰিত্রত দীপিকা

লেডী সিংঘমৰ চৰিত্রত দীপিকা  চলচিচত্র নির্মাতা ৰোহিত ছেট্টীয়ে সিংঘমৰ পিছৰ খণ্ড নির্মাণৰ যো–জা কৰিছে ৷ আৰু এহবাৰ লেডী সিংঘমৰ চৰিত্রত দেখা যাব মোহময়ী অভিনেত্রী দীপিকা পাডুকনক ৷ আগন্তুক বছৰত তেওঁলোক দুয়ো একেলগে কাম কৰিবলৈ সাজু হৈছে ৷…

নিজকে সুন্দৰ কৰি ৰাখিবলৈ

বিষয়া ভূঞা নাৰীৰ সৌন্দর্য সর্বদা চর্চিত ৷ সৌন্দর্য নাৰীৰ সম্পদেই নহয় এয়া নাৰীৰ প্রাকৃতিক শক্তিও ৷ যি ৰূপ–যৌৱন আৰু সৌন্দর্যই ঋষি–মুনিৰো তপস্যা ভংগ কৰিব পাৰে ৷ সৌন্দর্য জন্মগত ৷ কিন্তু এই জন্মগত সৌন্দর্যৰে সৈতে নিজক সুন্দৰ কৰি ৰাখিবলৈ নিজৰ…

কাজল সনা দুচকু

মালা মহন্ত চকু ব্যক্তিত্বৰ দাপোণ৷ চকুৱে কথা কয় ৷ কাজল সনা দুচকু ৷ কতনো বর্ণনা চকুৰ সৌন্দর্যক লৈ আমি শুনি আহিছোঁ তাহানিৰ দিনৰে পৰা ৷ দুচকুৰ উজ্জ্বলতাত ব্যক্ত হয় মনৰ ভাব ৷ শীতৰ আগমনৰ লগে লগে জলবায়ু হৈ পৰে শুকান আৰু আর্দ্রতাহীন ৷ সেয়েহে শীতৰ…

সর্বহাৰা ছোৱালীজনী আৰু সহায়ৰ হাত দুখন

মুনীন্দ্র বৈশ্য ছোৱালীজনী ভূমিষ্ঠ হৈছিল ১৯৮০ চনৰ ২৩ ছেপ্টেম্বৰত আমেৰিকাৰ এটা নিঃসম্বল পৰিয়ালত ৷ তাইৰ মাক–দেউতাক দুয়ো আছিল ড্রাগ্ছ আসক্ত, যি পিছলৈ এইডছ ৰোগত আক্রান্ত হয় ৷ চকু মেলাৰে পৰা তাই এনে এটা পূতিগন্ধময় ঘৰুৱা পৰিৱেশত ডাঙৰ–দীঘল হৈছিল,…

আৱেগৰ ভ্রাম্যমাণ

যোগেশ কলিতা ভ্রাম্যমাণ অসমীয়াৰ আৱেগ ৷ ভ্রাম্যমাণ অবিহনে অসমীয়া জনজীৱন একপ্রকাৰ বৃথা বুলিয়েই কব পাৰি ৷ ভ্রাম্যমাণৰ নাটক চোৱাৰ অভিজ্ঞতাৰে পুষ্ট প্রতিগৰাকী অসমীয়াই প্রতিবছৰে এই অৱস্থানটো সুন্দৰ ৰূপেৰে উপস্থাপিত হৈ থকাটো বিচাৰে ৷ যোৱা দুটা…

মৃণ্ময় শিল্পৰে বিশ্বখ্যাত আশাৰীকান্দি

উজ্জ্বল জ্যোতি দাস উৎসৱ–পার্বণৰ দিনবোৰ আহিলেই গাঁওখনে প্রাণ পাই উঠে ৷ গাঁৱৰ ডেকা–বুুঢ়া সকলোৱেই সাতামপুৰুষীয়া শিল্পকলাটিৰে ব্যস্ত হৈ পৰে ৷ হয়, সেইখন গাঁওখনৰ কথাকে আপোনালোকক আজি কব ওলাইছে , গাঁওখন ধুবুৰী জিলাৰ অন্তর্গত আশাৰীকান্দি গাঁও…

মোক এটি সুৰ কৰি তোলা

বর্ণালী কটকী ওজা আধুনিক সংগীতৰ প্রধান বৈশিষ্ট্য হৈছে কথা আৰু সুৰৰ সংযোজন ৷ সুৰৰ ইন্দ্রজালেৰে গীতৰ কথাংশক শ্রোতাৰ হূদয়ত স্পর্শ কৰিব পৰাটোৱেই আধুনিক গীতৰ সার্থকতা ৷ মিঠা ভাষা, মধুৰ কল্পনাৰ ৰহণ, গভীৰ জীৱনবোধেৰে শ্রোতাৰ মন বিমুগ্ধ কৰিব পৰাৰ…

শাৰদীয় বতৰত খাদ্য আৰু স্বাস্থ্যৰ প্রতি নজৰ ৰাখক

ৰীণা দেৱী এতিয়া শৰৎ কাল ৷ শৰৎ মানেই শীতৰ আৰম্ভণি আৰু উৎসৱৰ বতৰ ৷ এই সময়ছোৱাত উখল–মাখল লগা জকমকীয়া পৰিৱেশ এটা যেনেদৰে দৃষ্টিগোচৰ হয়, ঠিক একেদৰে ৰেষ্টুৰেণ্ট তথা দোকানসমূহত ভিন্ন স্বাদৰ বিবিধ মিঠাইৰ লগতে অন্যান্য জুতি লগা খাদ্য সম্ভাৰো দেখা…

কোষ্ঠকাঠিন্যঃ  কাৰণ আৰু নিৰাময়ৰ উপায়

ৰাজীৱ কাশ্যপ পাচনতন্ত্রৰ অন্যতম প্রধান সমস্যা হৈছে শৌচ কচা হোৱা বা কোষ্ঠকাঠিন্য ৷ আমি খোৱা খাদ্যসমূহৰ পাচন হোৱাৰ পিছত অৱশিষ্টখিনি পাচন নলীৰ বৃহদান্ত্র আৰু কলনৰ মাজেদি স্বাভাৱিক গতিৰে পাৰ হৈ ওলাই নগলে আমি কোষ্ঠকাঠিন্য হোৱা বুলি কওঁ ৷…