জোনাকী প্রেম
পপী চেতিয়া হাজৰিকা
বেটাৰীচালিত ই–ৰিক্সাখনৰ পৰা নামি নবীন নগৰৰ ৰাস্তাটোৰে খোজ ললে একালৰ বিখ্যাত অভিনেতা ৰূপম বৰবৰাই ৷ সুদীর্ঘ ৪৫ বছৰৰ মূৰত আজি ৰূপম বৰবৰাই খোজ পেলাইছে নবীন নগৰৰ পথটোত৷ হাতৰ লাখুটিডালৰ ভৰত পকী ৰাস্তাটোৰে খোজ লওঁতে বাটৰ কাষৰ…