দিনচর্যা ১ ঃ শুই উঠাৰ নিয়ম

ডাঃ নিতুল বৈশ্য  আপুনি পুৱা কিমান সময়ত শোৱাপাটী এৰে ৬ বা ৭ বজাত কেতিয়াবা ৮ বজাত হয় ৷ আমি প্রায় সকলোৰে পুৱা সোনকালে শোৱাপাটী এৰাৰ অভ্যাস নাহকিয়াই হল ৷ কিবা দৰকাৰী কামতেই হওক বা এনেয়েই মবাইল পিটিকি ৰাতি দেৰিলৈ উজাগৰে থাকি পুৱা দেৰিকৈ শোৱাৰ…

ছবিগৃহত ডক্তৰ বেজবৰুৱা–২ চমক

দর্শনা বৰুৱা মনোৰঞ্জনে মানুহৰ মন মগজু আলোড়িত কৰে ৷ প্রাত্যহিক ব্যস্ততাৰ পৰা কিছু সময় আঁতৰি মানসিক অৱসাদ দূৰ কৰিবলৈ প্রতিগৰাকী ব্যক্তিয়েই বিচাৰে ৷ চিনেমা বা চলচিচত্র, নাটক, নৃত্য–গীতৰ সমাদৰ যুগে যুগে চলি আহিছে ৷ মনোৰঞ্জনৰ উপাদানসমূহৰ হেনো…

অসমীয়া পৰম্পৰাগত গহনাৰে বিয়া

পল্লৱী হাজৰিকা  মাৰাৰ অলংকাৰ থোৱা কাতি কৰি ঐ ৰাম দেউতাৰাৰ অলংকাৰ থোৱাহে ৷ ৰামে দি পঠাইছে সুবর্ণ অলংকাৰ ঐ ৰাম হাতে যোৰে কৰি থোৱাহে ৷ বিয়া বুলিলে এগৰাকী কইনাৰ বাবে যিদৰে এযোৰ পাট–মুগাৰ সাজ অপৰিহার্য ৷ একেদৰে কইনাৰ শোভাবর্ধনত অলংকাৰৰ…

ছালখনৰ পৰিচর্যা

বিষয়া ভূঞা শাৰীৰিক সৌন্দর্যৰ কথা কলে আমাৰ প্রথমতে মনলৈ আহে আমাৰ শৰীৰৰ ছালখনৰ কথা ৷ ছালখন আমাৰ দেহৰ সর্ববৃহৎ অংগ হোৱাৰ লগতে আমাৰ দেহটোক আৱৰি ৰাখি সুৰক্ষিতও কৰি ৰাখে ৷ ইয়াৰ উপৰি ছালখন আমাৰ দেহৰ আইনাৰ দৰে ৷ শৰীৰৰ বিভিন্ন আভ্যন্তৰীণ সমস্যা…

গ্রীষ্মতো হৈ থাকক সতেজ

অজন্তা উপমন্যু  এতিয়া গ্রীষ্মৰ সময়৷ প্রচণ্ড গৰম, চৌফলীয়া ৰদ আকৌ মাজে মাজে বৰষুণ ৷ সকলো মিলি এক অস্বস্তিকৰ পৰিৱেশৰ সৃষ্টি হয় ৷ কিন্তু উচিত যত্ন আৰু পৰিচর্যা কৰিলে এই দিনকেহটাও উপভোগ্য হৈ পৰে ৷ আহকচোন আজি এই বিষয়ে আলোচনা কৰোঁ কিদৰেনো নিজক…

ঘৰতে কৰক স্কার্ব

গীতাশ্রী গগৈ হাতীবৰুৱা আজিকালি দোকান–বজাৰত বিভিন্ন কোম্পানীৰ নানা ধৰণৰ স্কার্ব কিনিবলৈ পোৱা যায় ৷ আমি সহজতে পইচা দিলেই এই স্কার্ব পাওঁ ৷ কিন্তু এইসমূহ স্কার্বে আমাৰ ছালখন যে ক্ষতিও কৰিব পাৰে আমি এবাৰলৈ ভাবি নাচাওঁ ৷ সকলোৰে নহলেও কিছু লোকক…

ঘৰুৱাভাৱে মসৃণ কৰক ছাল

বর্ণালী ভট্টাচার্য ছাল ভালকৈ ৰাখিবলৈ হলে আমি কিছু সময় নিজৰ কাৰণে ৰখাটো অতি দৰকাৰী৷ ছালত শালমহনা, এলার্জি আদি নানা সমস্যাৰ পৰা হাত সাৰিবলৈ ছাল অনুযায়ী ছালৰ যত্ন লব লাগে৷ আমাৰ নিজৰ ছালখননো কি তাক জানিবলৈ ঘৰতে নিজে চাব পাৰি৷ পুৱা শুহ উঠি এখন…

ৰিচ্ ডেড পৰ ডেড – ধনী দেউতা দুখীয়া দেউতা

ধনী দেউতা দুখীয়া দেউতা মাণিক পাল  সাম্প্রতিক সময়ত আটাইতকৈ চর্চিত বিষয়টোৱেহ হল টকা–পইচা ৷ আজি আমি এনে এখন কিতাপৰ বিষয়ে আলোচনা কৰিম যিখন কিতাপে আপোনাক টকা–পইচাৰ প্রকৃত অর্থ, মূল্য, আদর্শ আৰু গুৰুত্ব সম্পর্কে জনাত সহায় কৰিব ৷ আমি সাধাৰণতে …

মনোৰঞ্জনৰ ৰাজধানী লাছ ভেগাছ

ডঃ  হৰিশংকৰ কাকতী আধুনিক সভ্যতাৰ জনগণৰ ৰুচিবোধ নির্মাণত মনোৰঞ্জনৰ ভূমিকা অনির্বচনীয় ৷ সেয়েহে পৰিৱর্তিত পৰিৱেশ–পৰিস্থিতিত মনোৰঞ্জনেই হৈছে দর্শকৰ মনোযোগ আৰু আগ্রহ আকর্ষণ বা দর্শকক আনন্দ দিয়াৰ একমাত্র উপভোগ্য অনুষ্ঠান ৷ বিশ্বৰ উন্নত আৰু…

হোলীৰ খাদ্য–জলপান

সঞ্জয় কলিতা বসন্ত কালত উদ্যাপন কৰা জনপ্রিয় উৎসৱসমূহৰ ভিতৰত অন্যতম হৈছে হোলী ৷ এই ৰঙৰ উৎসৱ সমগ্র দেশতে বহুত আডম্বৰপূর্ণভাৱে উপভোগ কৰা হয় ৷ আমাৰ দেশৰ আন যিকোনো উৎসৱ–পার্বণৰ দৰে হোলীও নানান ধৰণৰ সুস্বাদু খাদ্যৰে ভৰপূৰ হৈ থাকে ৷ এই উৎসৱত …