পাঠান ঃ বাদশ্বাহৰ অভিজাত প্রত্যাৱর্তন

প্রণৱজ্যোতি মহন্ত বিতর্কই এখন চিনেমাক হিট কৰে ৷ তাৰে এক লন্ত উদাহৰণ যেন পাঠান ৷ দেশজুৰি পাঠানক লৈ হোৱা সাংঘাতিক বিতর্কই চিনেমাখনৰ প্রতি দর্শকৰ আগ্রহ জগাই তুলিলে ৷ হললৈ অহাৰ পূর্বেই পাঠান ছুপাৰহিট হল ৷ আচলতে কেনেধৰণৰ চিনেমা হিট হয় কিছুদিন…

পুৰুষৰ পছন্দৰ ট্ৰেণ্ডী লুক

লক্ষ্মীছাঁয়া ডেকা প্রতিটো ঋতু আৰম্ভ হোৱাৰ লগে লগে ফেশ্বন জগতত নতুন নতুন ডিজাইন আৰু বিভিন্ন ধৰণৰ ৰঙৰ অনেক শ্বেড আহি পৰে ৷ তুলনামূলকভাৱে পুৰুষসকলে হঠাতে নিজৰ পছন্দ বা ব্যক্তিত্ব সলনি কৰিব পৰাকৈ যিকোনো ট্ৰেণ্ডী লুক গ্রহণ নকৰে ৷ উজ্জ্বল বা…

ফাগুনত চুলিৰ যত্ন

ভানু শর্মা এয়া ফাগুনৰ বতৰ৷ এই বতৰত বতাহ আৰু ধূলিৰ বাবে আমাৰ চুলি সৰে, ফাটে আৰু ছিঙি যায় ৷ ঠিক ছালৰো অৱস্থা খুব শুকান হয় আৰু বয়সৰ চাপ পৰে ৷ চুলি আৰু ছালৰ বাবে এই বতৰত বিশেষভাৱে যত্ন লব লাগে ৷ মই কেইটামান উপায় আগবঢ়ালোঁ ৷ এই মাহত আমাৰ খুব…

নাৰী দিৱস আৰু অলপ আশা

পৰমজিৎ পাপলী কৌৰ নতুন যুগৰ স্রষ্টা নাৰী, সৃষ্টিৰ মূলতে নাৰী৷ মমতাময়ী, মহিমাময়ী, মানৱদৰদী নাৰীৰ পৰিচয়ে সুকীয়া ৷ নাৰীয়ে অতীজৰে পৰা বিভিন্ন কার্যৰ দ্বাৰা ইতিহাসৰ পাতত নিজৰ সুকীয়া চাপ বহুৱাই আহিছে ৷ বৈদিক যুগত নাৰীয়ে শিক্ষাৰ ক্ষেত্রত বা আন…

পৰীক্ষাৰ সময়ত হোৱা হতাশা

নিমি বৰগোহাঁই মোৰ সন্তানটো পপাত ভাল ৷ কিন্তু পৰীক্ষাৰ সময়ত বহুত নার্ভাছ কৰে ৷ বহুত চেষ্টা কৰিও এহ নার্ভাছনেছ দূৰ কৰিব পৰা নাই ৷ বিদিশা বৰুৱা তিনিচুকীয়া পৰীক্ষাৰ সময়ত নার্ভাছ হোৱাটো স্বাভাৱিক লক্ষণ এজন ছাত্র বা ছাত্রীৰ৷…

আইনাৰ আলাপত বিপুল দাস

বর্ণালী এছ ডেকা কথক নৃত্যৰ নিৰৱচিছন্ন সাধনাৰে অসম তথা ভাৰতৰ  সাংস্কৃতিক পথাৰখনৰ এটা সমাদৃত নাম বিপুল দাস ৷ দেশ–বিদেশৰ মঞ্চত সাৱলীল ছন্দেৰে কথক নৃত্য প্রদর্শন কৰি ৰাষ্ট্রীয় আৰু আন্তঃৰাষ্ট্রীয় পর্যায়ত অসমৰ প্রতিভাৰ পৰিচয় দাঙি ধৰা প্রসিদ্ধ…

সম্পর্কৰ প্রাণ সময়

সম্পর্ক যাক ইংৰাজীত ৰোৱা হয় relationship ৷ এই মধুৰ শব্দটোতেই লুকাই থাকে আত্মীয়তাবোধ৷ যাক আমি সঁচাকৈ আপোন বুলি ভাবোঁ, তেওঁক খং, অভিমান কৰিব পাৰি, কিন্তু মনৰ যি বান্ধোন সেয়া কেতিয়াও ছিঙিব নোৱাৰি ৷ এই সম্পর্কৰ মূল খুঁটিডালেই হল বিশ্বাস ৷ এবাৰ…

তুমি থাকা দূৰণিতে, তোমাক দেখো সপোনতে

ৰেখাশ্রী সন্দিকৈ সম্বন্ধ এনে এটি শব্দ, যিটোৰ অবিহনে আমি কোনোৱেই আপোন–পৰ, শত্রু–মিত্র আদি শব্দবোৰৰ সৈতেও পৰিচিত নহলোঁহেঁতেন ৷ এই শব্দটো উচ্চাৰণ কৰিলেই এক মিঠা অনুভৱে দেহ–মন জোকাৰি যায় ৷ তাৰ অর্থ অৱশ্যে এইটো নহয় যে সম্বন্ধৰ দ্বাৰা তিক্ত…

মন–প্রাণ, হূদয় আৰু সংগীত

বর্ণালী কটকী ওজা যিমানেই দুখত নাথাকক আপুনি, আপোনাৰ মন–প্রাণ যিমানেই ভাৰাক্রান্ত নহওক কিয়, একমাত্র সংগীতেই দিব আপোনাক শান্তি, দিব নতুনত্ব ৷ বুদ্ধি আৰু বিবেকৰ নতুন ৰূপ মন যত চিন্তা, অনুভূতি, আৱেগ, ইচ্ছা আৰু কল্পনাৰ মাধ্যমত তাৰ প্রকাশ হয় ৷…

উত্তৰণ

লম্বোদৰ গগৈ জোনালীৰ মনটো আজি পুৱাৰ পৰাই যেন আনন্দত সাতখন আঠখন ৷ নহবনো কিয় আজি যে সিহঁতৰ বছৰেকীয়া পৰীক্ষাৰ ফলাফল ঘোষণা হোৱাৰ দিন ৷ জোনালীৰ দৃ বিশ্বাস, এইবাৰ শ্রেণীত তাহ প্রথম হবই হব ৷ আজি অতবছৰে তাই কেৱল দ্বিতীয় স্থানতে নিজক সন্তুষ্ট…