আইনাৰ অকণি – মৰমৰ আইনাৰ অকণিহঁত,

মৰম লবা ৷ ইতিমধ্যে তোমালোকে গম পালাই যে ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই ইণ্ডিয়ান স্পেচ্ ৰিছার্চ অর্গেনাইজেচন, মানে ইছৰোৱে ঘোষণা কৰামতেই চন্দ্রযান– ৩য়ে ২৩ আগষ্টত আবেলি ৬.০৪ বজাত আমাৰ একমাত্র উপগ্রহ চন্দ্রটোৰ দক্ষিণ মেৰুত অৱতৰণ কৰিলে ৷…

জোনাকী পৰুৱা

ৰিমঝিম বৰঠাকুৰ বাকচৰ চাবিকোছা বিচাৰি আছোঁ, পোৱা নাই কত বা থলোঁ ৷ অলপ সময়ৰ আগতেতো ইয়াতেই থৈ গৈছিলেঁ ! এই সৰু কথাটোকে পাহৰিব লাগেে ! ছেহ, বৰ বেয়া কথা হল ৷ কেইদিনমানৰ আগতে বিয়া পতা কাষৰ ঘৰৰ লৰাটোৱে কইনাজনী ফুৰাবলৈ আনি গামোচা এখন আৰু ধুতি এখন…

তুমি আৰু মই

প্রভাত শর্মা মাদাৰ টেৰেছা ৰোডৰ পাঁচ মহলীয়া এপার্টমেণ্টৰ তিনি মহলাৰ চাৰি কোঠালিৰ ফ্লেটটোৰ লবীত বহি বাহিৰলৈ চাই আছে নয়নতৰাই ৷ গুৱাহাটী মহানগৰৰ একাংশ সুন্দৰকৈ দেখা যায় ইয়াত বহিলে ৷ লবীটোৰ চাৰিওফালে সৰু সৰু ফুলৰ গছ ৷ সৰু সৰু মাটিৰ টাবত লগাই…

গাউট ৰোগ

ৰাজীৱ কাশ্যপ শৰীৰত ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধিৰ ফলত গাউট নামৰ এবিধ গাঁঠিৰ বিষ হয় ৷ এই ৰোগ ভাৰতবর্ষত অধিক হাৰত দেখা পোৱা যায় ৷ এই ৰোগ হলে গাঁঠিবোৰ ফুলি উঠে, ৰঙচুৱা হয় আৰু বিষ হয় ৷ আমি খোৱা কিছুমান খাদ্যত পিউৰিন নামৰ এবিধ দ্রব্য থাকে ৷  এই…

হৰিটেবল বাৱেল ছিনড্রম

হৰিটেবল বাৱেল ছিনড্রম হৈছে পেট আৰু অন্ত্রকো প্রভাৱিত কৰা এক সাধাৰণ বিকাৰ, ইয়াক গেষ্ট্রাইটিছ ড্রেক্স ডিছর্ডাৰ বুলি কোৱা হয় ৷ যিকোনো বয়সতে আহ বি এছ হব পাৰে আৰু ই পুৰুষ আৰু মহিলা সকলোৰে হব পাৰে ৷ হৰিটেবল বাৱেল ছিনড্রম (IBS) হৈছে পাচনতন্ত্রৰ এক…

ডুবাই মহানগৰীৰ অৰঙে–দৰঙে

ডঃ হৰিশংকৰ কাকতী যোৱা এপ্রিল মাহত আমাৰ ডুবাই ভ্রমণৰ ২য় দিনা অর্থাৎ ৯ এপ্রিলত আমাৰ দিনজোৰা কার্যসূচী আছিল ডুবাই মহানগৰীৰ উল্লেখযোগ্য স্থানসমূহ দর্শন কৰাৰ ৷ হোটেলতে পুৱাৰ আহাৰ গ্রহণ কৰাৰ পিছত আমাৰ ১০জনীয়া দলটোক নিবলৈ শীত–তাপ নিয়ন্ত্রিত…

সৰগৰ এপাহি পাৰিজাত

প্রীতিৰেখা দাস মুম্বাই চহৰৰ বান্দ্রাস্থিত কুৰুলা কমপ্লেক্সৰ পার্কিং প্লেচৰ পৰা শুভ্রজিতে নিজৰ মার্চিডিজ বেঞ্জ কাৰখন উলিয়াই ৰাজপথত উঠাৰ লগে লগে হুৰমূৰাই এজাক বৰষুণ আহিল ৷ সি ঘড়ীটোলৈ চালে ৷ ছয় বাজি গল ৷ শুভ্রজিতে গাড়ীৰ স্পীড অলপ বঢ়াই দিলে…

শৰীৰ চর্চাৰ আয়ুর্বেদিক ধাৰণা

ডাঃ দুলুমণি কলিতা ব্যায়াম বা শৰীৰ চর্চা হৈছে শাৰীৰিক কার্যকলাপ, যিবোৰে শৰীৰৰ স্থিৰতা আৰু শক্তি আনিবলৈ সহায়ক হয় ৷ ইয়াক সংযতভাৱে দৈনিক অনুশীলন কৰা উচিত ৷ কিন্তু যেতিয়া এজন ব্যক্তিয়ে অত্যধিক শাৰীৰিক ব্যায়াম কৰে, ই ব্যক্তিজনক লাভান্বিত কৰিব…

এছিয়ান ফুটবলৰ হাব ছৌদিত নেইমাৰ

যোগেশ কলিতা ফুটবলৰ তাৰকা মানেই ৰাজকীয় জীৱন ৷ সকলো দেশেই ফুটবলক প্রিয় খেলৰ স্থান দি আহিছে ৷ সাধাৰণতে ইউৰোপতে সীমাবদ্ধ হৈ আছে ফুটবলৰ জগতখন ৷ বাকী দেশবোৰতো ফুটবল দল আছে যদিও সেয়া সামান্যতম ৷ দুই চাৰিটা দলেৰে বাকী দেশবোৰে ফুটবলৰ জগতত প্রৱেশ…

কৃত্রিম বুদ্ধিমত্তা

পুলকেশ ৰায় বৰুৱা প্রযুক্তিবিদ্যাৰ শেহতীয়া চমকপ্রদ আলোচ্যৰ বিষয় হৈ পৰিছে কৃত্রিম বুদ্ধিমত্তা ৷ আপোনাৰ–মোৰ–আমাৰ সবৰে দৈনন্দিন জীৱনশৈলীত লাগি থকা অনেক কামৰ কাম কৰিবলৈ ব্যৱহূত হৈছে কৃত্রিম বুদ্ধিমত্তা ৷ সমস্যা সমাধানৰ বহু আহিলাই কামত লাগিলেও…