২৪ ব’হাগ, শুক্ৰবাৰ, ইং ৮ মে’ ২০২৬
১.মেষ ৰাশি(অ,আ,ল): কৰ্ম আৰু ইচ্ছাশক্তি বৃদ্ধি পাব। ভ্ৰমণত শুভ। নিবনুৱাই কর্মসংস্থাপন পোৱাৰ সম্ভাৱনা আছে। দাম্পত্যত শুভ। বিদ্যাত কিছু খেলিমেলি। শুভ ৰং বগা। শুভ সংখ্যা ৫।
২.বৃষ ৰাশি(উ,ঊ,ই,এ,ও,ব): ব্যৱসায়ীসকলে আশা কৰা মতে লাভৱান হ’ব। শত্ৰুৰ পৰা দূৰত থাকক। ব্যয় বৃদ্ধি। দাম্পত্য মধ্যম। বিদ্যাতশুভ। ভ্ৰমণৰ যোগ। শুভ সংখ্যা ৪। শুভ ৰং ৰঙা।
৩.মিথুন ৰাশি(ক,ঘ,ঙ,ছ): শৰীৰৰ প্ৰতি যত্ন লওক। নিজৰ কৰ্মদক্ষতাৰ ওপৰত পদোন্নতিৰ যোগ৷ ভ্ৰমণত মধ্যম। পৰিয়ালৰ পৰা উৎসাহিত হ’ব। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৩।
৪.কৰ্কট ৰাশি(ড,হ): কোনো আত্মীয়ৰ পৰা সু-সংবাদ পাব পাৰে। প্ৰভাৱশালী ব্যক্তিৰ সংগই উৎসাহিত কৰিব। আর্থিক সংকটৰ সন্মুখীন হ’ব পাৰে। শুভ কমলা ৰং ব্যৱহাৰ কৰক। শুভ সংখ্যা ৫।
৫.সিংহ ৰাশি (ম,ট): আর্থিকত নতুন সুযোগৰ আশা। বন্ধুৰ পৰা উৎসাহিত হ’ব। পুৰণা ৰোগৰ পৰা মুক্ত হ’ব। কৰ্মত শুভ। ৰঙা ৰং ব্যৱহাৰ কৰক। শুভ সংখ্যা ২।
৬.কন্যা ৰাশি(ঠ,প,ন): দূৰ ভ্ৰমণ কৰিব পাৰিব। কৰ্মস্থানত ব্যস্ততা বাঢ়িব। শত্ৰুৰ পৰা সাৱধান হওক। ঘৰুৱা শুভ। বিদ্যাত মধ্যম। শুভ ৰং পাতল সেউজীয়া। শুভ সংখ্যা ৪।
৭.তুলা ৰাশি(ৰ,ত): যোগ্য ব্যক্তিৰ মান-সন্মান বৃদ্ধি। ৰাজহুৱা কৰ্মত ব্যস্ততা বাঢ়িব। কর্মস্থানত কিছু খেলিমেলি হ’ব পাৰে৷ আৰ্থিকত মধ্যম। শুভ ৰং গেৰুৱা, শুভ সংখ্যা ৩।
৮.বৃশ্চিক ৰাশি(ন,য): কর্মস্থানত ভাল। পাৰিবাৰিক সমস্যাৰ সন্মুখীন হ’ব পাৰে। আৰ্থিক ব্যয়। মনত কোনো দুশ্চিন্তা নাৰাখিব। মুগা ৰং শুভ। শুভ সংখ্যা ৮।
৯.ধনু ৰাশি(ধ,ভ,ঢ,ফ,ড়,ঢ়): সৎ আৰু গুণী লোকৰ সান্নিধ্যই অধিক উৎসাহিত কৰিব। কর্মক্ষেত্ৰত শুভ। মামলা-মোকদমাত জয়লাভ। খং কমিব। শুভ ৰং বগা। শুভ সংখ্যা ৪।
১০.মকৰ ৰাশি(খ,জ): ধনৰ আগমন হ’ব। শত্ৰুৰ পৰা ভয়। খাদ্যৰ পৰা সাৱধান হওক। কর্মত মধ্যম। প্ৰেমত শুভ। বগা শুভ ৰং, শুভ সংখ্যা ১ ।
১১.কুম্ভ ৰাশি(গ,শ,ষ,স): আপোনাৰ সৰলতাত আনে আঘাত কৰিব পাৰে৷ খং-ক্ষোভ দমন কৰক। কৰ্মস্থানত কিছু জটিলতাৰ সন্মুখীন হ’ব পাৰে। সেউজীয়া ৰং ব্যৱহাৰ কৰক। শুভ সংখ্যা ৭।
১২.মীন ৰাশি(চ,ঝ,ঞ,থ,দ): গুৰুত্বপূৰ্ণ কাম থাকিলে পুৱাৰ ভাগত সম্পন্ন কৰক। ভ্ৰমণ কৰোঁতে সাৱধান। মাটি-সম্পত্তি ক্ৰয় কৰিব পাৰিব। বিদ্যাত শুভ। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৫।
Comments are closed, but trackbacks and pingbacks are open.